Year: 2022

ওদালগুৰিত অসম চাহ মজদুৰ সংঘৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন

ওদালগুৰিত অসম চাহ মজদুৰ সংঘৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন

শ্ৰমিক সকলৰ অধিকাৰ, প্ৰাপ্য, ন্যায় বিভিন্ন সময়ত এইবোৰ খৰ্ব কৰা পৰিলক্ষিত হয় | প্ৰাপ্য মজুৰিৰ পৰা বিভিন্ন সময়ত শ্ৰমিক সকল বঞ্চিত হ’বলগীয়া হয় | বছৰৰ এটা দিন অৰ্থাৎ ১ মে’ তাৰিখে যেন শ্ৰমিক সকলৰ পক্ষ্যত মাত মাতিবলৈ মন্ত্ৰী-বিধায়ক সকলে মঞ্চত উদ্দান্ত ভাষণ প্ৰদান কৰে | আজি অসমৰ বিভিন্ন প্ৰান্তৰ লগতে