অসমৰ এগৰাকী জনপ্ৰিয় ইউটিউবাৰ ভাগ্য ব্র’ ওৰফে ভাগ্যশ্ৰী শৰ্মা। খুহুতীয়া কথাৰে দৰ্শকৰ মন জয় কৰা ইউটিউবাৰগৰাকীয়ে এতিয়া তেওঁৰ চেনেলৰ জৰিয়তে আপোনাক দেখুৱাব লণ্ডন। ইতিমধ্যে লণ্ডনত উপস্থিত হৈছে ভাগ্যশ্ৰী। লণ্ডনত তিনিমাহৰ বাবে থাকিব তেওঁ। অৱশ্যে আন ইউটিউবাৰসকলৰ দৰে কেৱল ভ্ৰমণৰ উদ্দেশ্যে বিদেশলৈ উৰা মৰা নাই ভাগ্যশ্ৰী। ভাগ্যশ্ৰীৰ লণ্ডন গমনৰ আছে বিশেষ
Year: 2022
গুৱাহাটী টাইমছ সম্পাদকীয় সাতবিহু গ’ল যদিও ৰাজ্যত এতিয়াও চলি আছে বিহুৰ নামত সাংস্কৃতিক অনুষ্ঠানবোৰ। বতাহ-বৰষুণৰ মাজতো প্ৰায়সংখ্যক সাংস্কৃতিক অনুষ্ঠানতে দেখা পোৱা গৈছে অজস্ৰ দৰ্শকৰ ভিৰ। এইবৰ্ষত চৰ্চাৰ শীৰ্ষত আছে একাংশ দৰ্শকৰ বোকানৃত্য। বৰষুণে বোকাময় কৰা বিহু ফাংচনস্থলীত লুতুৰি পুতুৰি হৈ নাচিছে বহু যুৱকে। বিশেষকৈ জুবিন গাৰ্গৰ সংগীতানুষ্ঠানসমূহত দেখা পোৱা গৈছে
অসমত কেইবাখনো কৰ্কট হাস্পতাল প্ৰতিষ্ঠাত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰি সম্প্ৰতি চৰ্চাত আছে দেশৰ আগশাৰীৰ উদ্যোগপতি ৰতন এন টাটা। মানৱতাবাদী কৰ্মৰাজি আৰু বিনয়ী ব্যক্তিত্বৰ বাবে আন উদ্যোগপতিসকলতকৈ এক পৃথক পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছে টাটা ট্ৰাষ্টৰ অধ্যক্ষ ৰতন টাটাই। ৰতন টাটাই সদায় এক সহজ-সৰল জীৱন যাপন কৰি ভাল পায়। তেওঁৰ পুৰণি
An ambulance service for sick and injured cows was inaugurated in Assam’s Dibrugarh district. The service, to be run by Gopal Gaushala, was inaugurated by Dibrugarh Deputy Commissioner Biswajit Pegu on Friday. The ‘gaushala’ or chow shelter had also set up a hospital for cows here in 2020. “The ambulance
অভিলেখ সৃষ্টিৰে হংকঙত নিলাম হ’ল আটাইতকৈ বৃহৎ হীৰাৰ টুকুৰা৷ ইয়াৰ মূল্য উঠিল ৫৭.৫ নিযুত মার্কিন ডলাৰ৷ অর্থাৎ ভাৰতীয় মুদ্রাৰ হিচাপত ৪৩৬ কোটি টকাৰো বেছি৷ এই সুদৃশ্য নীলাভ হীৰাটুকুৰাৰ নাম ‘দ্য ডি বিয়ার্ছ কুল্লিনান ব্লু’৷ ১৫.১০ কেৰেটৰ হীৰাখণ্ডৰ আনুমানিক মূল্য ধৰা হৈছিল প্রায় ৩৬৪ কোটি টকা৷ কিন্তু নিলামত এই হীৰাটুকুৰাক লৈ