Year: 2022

কান্ধত গামোচা লৈ অসমীয়াতে শপত গ্ৰহণ সাংসদ পৱিত্র মার্ঘেৰিটাৰ

কান্ধত গামোচা লৈ অসমীয়াতে শপত গ্ৰহণ সাংসদ পৱিত্র মার্ঘেৰিটাৰ

সোমবাৰে সদনত শপত গ্ৰহণ কৰে বিজেপিৰ দুজন, কংগ্ৰেছৰ এজনসহ ৰাজ্যসভাৰ ৬ নৱ নিৰ্বাচিত সাংসদে। আজি শপত গ্ৰহণ কৰা সাংসদসকল ক্ৰমে পবিত্ৰ মাৰ্ঘেৰিটা (বিজেপি, অসম); ৰণগৌৰা নার্জাৰী (ইউপিপিএল, অসম); জেবি মাথেৰ