Actor Janhvi Kapoor dropped photos from her vacation to the Maldives. Taking to her Instagram handle, she posted a series of pictures where she can be seen enjoying her vacation. She wore a multi-coloured floral monokini with a bucket hat of the same print. She was also seen posing between
Year: 2022
Assam Chief Minister Himanta Biswa Sarma on Thursday said that there is a need to change the system of men marrying three-four women to give justice to Muslim women. “There cannot be any right to a man living in independent India to marry three-four women (without giving divorce to the
হাড় আৰু দাঁত সুস্থ হোৱাৰ বাবে পৰ্যাপ্ত পৰিমাণে কেলচিয়াম গ্ৰহণ কৰাৰ বিকল্প নাই। একেদৰে সুস্থ হৈ থাকিবলৈ দৈনন্দিন খাদ্যত কাৰ্বহাইড্ৰেট, প্ৰটিন আৰু চৰ্বি থকাটো গুৰুত্বপূৰ্ণ, লগতে পৰ্যাপ্ত পৰিমাণত ভিটামিন আৰু খনিজ পদাৰ্থও থকাটো গুৰুত্বপূৰ্ণ। আৰু এই খনিজ পদাৰ্থবোৰৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থটো হ’ল কেলচিয়াম। বয়স বৃদ্ধিৰ লগে লগে শৰীৰত
১) মুৰ কামোৰণিত: আমলখিৰ ৰস বগা চন্দনৰ লগত মিহলি কৰি কপালত সানিলে মুৰ কামোৰণি ভাল হয়। ২) চুলি সৰা: কেইটামান আমলখি থেতেলিয়াই এৰাতি মুৰত বান্ধি ৰাখিলে চুলি সৰা বন্ধ হয়। ৩) সৰু ল’ৰা-ছোৱালীৰ পয়ালগা ৰোগ: এই বেমাৰত আমলখিৰ ৰসে সুফল দিয়ে। নিয়মীয়াকৈ কেঁচুৱাক ইয়াৰ ৰস ১০ গ্ৰামকৈ প্ৰতিদিনে খুৱাব শিশুৰ পয়ালগা ৰোগ
বৰ্তমান ক’ৰোণাৰ সংক্ৰমণৰ পিছত ইয়াৰ পৰা সকাহ পাবলৈ সকলোৱে এক স্বাস্থ্যৱান জীৱন অতিবাহিত কৰিবলৈ বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি আছে। তথাপিও কিছুমান সমস্যা আছে যি মানুহক অতি সহজে এৰি নাযায়। মানুহৰ দৈনন্দিন জীৱনত প্ৰায়েই কিছুমান স্বাস্থ্য সমস্যা থাকে যাৰ কোনো স্থায়ী সমাধান নাই। এই সমস্যা বোৰৰ ভিতৰত এটা সচৰাচৰ সমস্যা