Year: 2022

ধন-সম্পত্তি বৃদ্ধিৰ বাবে আপুনিও জানি লওক এই তত্ব

ধন-সম্পত্তি বৃদ্ধিৰ বাবে আপুনিও জানি লওক এই তত্ব

শাস্ত্ৰত ধনৰ দেৱী মা লক্ষ্মীক শ্রী হৰি বিষ্ণুৰ অৰ্ধাংগিনী বুলি মনা যায়।পৰিবাৰত সুখ সমৃদ্ধি অটুত থাকিবলৈ সকলো ভক্তই মা লক্ষ্মীক প্ৰসন্ন কৰাৰ ওপায় বিচাৰে। যেতিয়া মা লক্ষ্মী শ্রী হৰি বিষ্ণুৰ লগত থাকে তেতিয়া তেওঁৰ শ্রী চৰণত কিয় সেৱা জনাই থাকে সেয়া আজি আমি জানিম এই লেখাৰ যোগেদি।  মা লক্ষ্মী তেওঁৰ

দৰঙৰ কমলা কুঁৱৰী কৃষি পামত ব্যতিক্ৰমী ন-খোৱা উৎসৱ

দৰঙৰ কমলা কুঁৱৰী কৃষি পামত ব্যতিক্ৰমী ন-খোৱা উৎসৱ

গীতে-মাত-কবিতাৰে মুখৰিত এটি জীপাল অনুষ্ঠানৰ পম খেদি এজাক অসমীয়া ডেকা-গাভৰুক লৈ স্বাৱলম্বিতাৰ নিদৰ্শন দৰং জিলাৰ সদৰ মঙলদৈৰ পাৰ্শ্বৱৰ্তী জনৰাম চৌকাস্থিত কমলা কুঁৱৰী জৈৱিক কৃষি পামত আজি অনুষ্ঠিত আঘোণৰ লখিমী আদৰা আৰু ন-খোৱা ব্যতিক্ৰমী অনুষ্ঠানে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। কৃষি ক্ষেত্ৰ,কৃষ্টি-সংস্কৃতি, সাহিত্য, সংবাদ মাধ্যম, জাতীয় সংগঠন প্ৰমুখ্যে ভিন্ন ক্ষেত্ৰৰ প্ৰায় আঢ়ৈকুৰি