Month: January 2023

কম বয়সতে পকা চুলিৰ সমস্যা দূৰ কৰিবলৈ কৰিব লগা বিশেষ পদক্ষেপবোৰ

কম বয়সতে পকা চুলিৰ সমস্যা দূৰ কৰিবলৈ কৰিব লগা বিশেষ পদক্ষেপবোৰ

বৰ্তমানৰ যুগত, যুৱক-যুৱতীসকলৰ ক্ষেত্ৰত পকা চুলিৰ সমস্যা প্ৰায়ে দেখা দিবলৈ আৰম্ভ কৰিছে। সাধাৰণতে চুলি ৩৫ বছৰৰ পিছত লাহে লাহে পকিবলৈ আৰম্ভ কৰে, কিন্তু আজিকালিৰ যুগত ২৫ বছৰীয়া যুৱক-যুৱতীসকলৰো চুলি পকিবলৈ ধৰিছে। ই বিৰক্তি দিয়াৰ লগতে আত্মবিশ্বাসৰ ওপৰত বাৰুকৈয়ে প্ৰভাৱ পেলায়। কম বয়সত চুলি পকাটো আনুবংশিক কাৰণত হ’ব পাৰে, কিন্তু সাধাৰণতে

দীপিকা নহয়, এইবাৰ ‘বেচৰম ৰং’ গীতত নৃত্য কৰি ভাইৰেল ছ’চিয়েল মিডিয়া ইনফ্লুৱেনচাৰ তনভী গীতা ৰবিশংকৰ

দীপিকা নহয়, এইবাৰ ‘বেচৰম ৰং’ গীতত নৃত্য কৰি ভাইৰেল ছ’চিয়েল মিডিয়া ইনফ্লুৱেনচাৰ তনভী গীতা ৰবিশংকৰ

‘বেচৰম ৰং’ গীতটো মুক্তিৰ পিছৰ পৰাই ভাইৰেল হৈ পৰিছে। বলিউডৰ ‘পাঠান’ চিনেমাখনৰ প্ৰথমটো গীত ‘বেচৰম ৰং’, সেয়া বিতৰ্কতেই হওক বা আলোচনাতেই হওক, সকলোৰে শীৰ্ষত আছে গীতটি। দীপিকা পাডুকন আৰু শ্বাহৰুখ অভিনীত এই ৰোমান্টিক গীতটো ভাইৰেল হোৱাৰ পিছত বহুতে ছচিয়েল মিডিয়াত ইয়াৰ ৰীল পোষ্ট কৰিছে। ভাইৰালামাই ইয়াৰ জৰিয়তে গীতটিৰ ক্লিপ আপলোড

পুতেকৰ বিতর্ক দূৰ কৰি ভাগৰি পৰিছে শ্বাহৰুখ খান

পুতেকৰ বিতর্ক দূৰ কৰি ভাগৰি পৰিছে শ্বাহৰুখ খান

শ্বাহৰুখ খানৰ ডাঙৰ পুতেক আৰিয়ান খান দীৰ্ঘদিন ধৰি বিতৰ্কত আছে। বিতৰ্কৰ অন্ত পৰা নাছিল, কিন্তু শেহতীয়াকৈ আৰিয়ান নোৰাৰ সৈতে ডেটিং কৰা সন্দৰ্ভত চৰ্চালৈ আহিছে। দৰাচলতে, শেহতীয়াকৈ নোৰা আৰু আৰিয়ানৰ কিছুমান বিশেষ ফটো ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে, য’ত দুয়োৰে এনে ধৰণৰ শৈলী দেখা গৈছে, যাৰ ফলত দুয়ো ডেটিং কৰা বুলি সকলোৱে

৪০ বছৰ বয়সৰ পিছতো হাড় শক্তিশালী হৈ থাকিবলৈ খাব লগা খাদ্যবোৰ

৪০ বছৰ বয়সৰ পিছতো হাড় শক্তিশালী হৈ থাকিবলৈ খাব লগা খাদ্যবোৰ

মানুহৰ প্ৰায়ে ৪০ বছৰ বয়স অতিক্ৰম কৰা পিছত হাড় দুৰ্বল হ’বলৈ ধৰে। বিশেষকৈ এয়া মহিলাৰ ক্ষেত্রত বেছিকৈ দেখা যায়। হাড় দুৰ্বল হোৱাৰ বাবে।দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় কাম কৰাত সমস্যাৰ সন্মুখীন হ’ব লগা হয়, সেয়েহে সকলোৱে নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱা উচিত। ৪০ বছৰ বয়সৰ পিছতো শক্তিশালী হৈ থাকিবলৈ কেলচিয়াম আৰু ভিটামিন