Month: January 2023

আন্তৰ্জাতিক বঁটা বিজয়ী চকু চিকিৎসা সেৱা কেন্দ্ৰ ই.আৰ.চি এতিয়া উত্তৰ লখিমপুৰত উপলব্ধ

আন্তৰ্জাতিক বঁটা বিজয়ী চকু চিকিৎসা সেৱা কেন্দ্ৰ ই.আৰ.চি এতিয়া উত্তৰ লখিমপুৰত উপলব্ধ

উত্তৰ লখিমপুৰ, ২৮ জানুৱাৰীঃ পূব ভাৰতৰ এক আগশাৰীৰ চকু চিকিৎসা প্ৰতিষ্ঠান ERCLens.com উত্তৰ লখিমপুৰত উদ্ধোধন কৰা হয়। এতিয়ালৈ ৫ লাখতকৈ অধিক ৰোগীৰ সফলতাৰে চকুৰ চিকিৎসা সম্পন্ন কৰাৰ পাছত সমগ্ৰ অসম, পশ্চিম বংগ, নাগালেণ্ড আৰু বিহাৰৰ শাখাবোৰৰ লগতে, ERCLens.com এ সমগ্ৰ উত্তৰ লখিমপুৰৰ জনসাধাৰণক কম ব্যয়তে উচ্চ মানদণ্ডৰ চকুৰ চিকিৎসা প্ৰদান কৰাত

মহাশিৱ পুৰাণৰ মতে ভক্তি মাৰ্গ

মহাশিৱ পুৰাণৰ মতে ভক্তি মাৰ্গ

ত্ৰিলোকত ভক্তিৰ পথতকৈ অধিক আনন্দদায়ক একো নাই আৰু চাৰিওটা যুগত, যি ঈশ্বৰৰ ভক্তিৰ এই পৱিত্ৰ সাগৰত ডুব দিয়ে, সি নিশ্চিতভাৱে মোক্ষ্য প্ৰাপ্ত কৰিব পাৰে আৰু ভৱ সগৰৰ পৰা সকাহ পাব পাৰে । কলি যুগত এয়ে অধিক আনন্দদায়ক, কাৰণটো হৈছে মানুহৰ জ্ঞান আৰু অনীহা দুয়োৰে অভাৱ। ভক্তি হৈছে একমাত্ৰ পথ যাৰ

আপোনাৰো আছে নেকি এই তিনিটা লক্ষণ

আপোনাৰো আছে নেকি এই তিনিটা লক্ষণ

মহাভাৰতত বিদুৰে এই ৩টা লক্ষণৰ কথা উল্লেখ কৰিছে। যাৰ মাজত এই ৩ টা লক্ষণ দেখা যায়,তেনে ব্যক্তিৰ ওপৰত মহাদেৱৰ আশীৰ্বাদ সদায়ে থাকে। সেই ব্যক্তিজনক কোনেও একো কৰিব নোৱাঁৰে। তলত সেই বিশেষ লক্ষণ তিনিটা উল্লেখ কৰা হল। মহাদেৱৰ কৃপা প্ৰাপ্ত ব্যক্তিয়ে সাধাৰণ জীৱন যাপন কৰি ভালপাই। এনে ব্যক্তি দেখাতকৈ গুণ বেলেগ

মহাদেৱৰ আশীষ বিছাৰে যদি আজিয়ে জানি লওক

মহাদেৱৰ আশীষ বিছাৰে যদি আজিয়ে জানি লওক

শাওণ মাহৰ প্ৰত্যেক সোমবাৰেক কৰাহয় যদি, এই সৰু কামটি, তেন্তে মনে যি বিচাৰে, সেয়াই লাভ কৰিব পাৰিব। অৰ্থাৎ মহাদেৱৰ শুভ দৃষ্টি পৰিব আপোনাৰ ওপৰত। হিন্দু পুৰাণ আৰু শিৱ পুৰাণৰ অনুসৰি,শাওণ মাহ হৈছে দেৱাদিৱে মহাদেৱৰ অত্যন্ত প্ৰিয় মাহ। শাওণ মাহ, লক্ষ্য লক্ষ্য ভক্ত সকলৰ বাবে পৱিত্ৰ মাহ। সেয়ে আমি শাওণ মাহত