এটি মধুৰ সম্পৰ্কই বান্ধি ৰাখে দুটি মন। এনেস্থলত যদি বিবাহ বিচ্ছেদ হয় মনটো ভাঙি চূৰমাৰ হৈ পৰে। এক সমীক্ষা মতে মহিলাসকলতকৈ পুৰুষসকল প্ৰভাৱিত হয়! যদি সম্পৰ্কত ফাট মেলে অধ্যয়নটোৰ মতে মহিলাতকৈ অধিক প্ৰভাৱিত হয় পুৰুষসকল। অধ্যয়নটোৱে বিবাহ বিচ্ছেদ অথবা সংগীৰ মৃত্যুৰ পাছত পুৰুষসকল কিয় মানসিকভাৱে হাৰি যায়। তাৰ ৩টা কাৰণ
Month: January 2023
আজিৰ সময়ত প্ৰায় সকলোৰে এখন গাড়ী আছে। গাড়ীখন এতিয়া জীৱনৰ এক অপৰিহাৰ্য অংশ হৈ পৰিছে। গাড়ী এখন ক্ৰয় কৰোঁতে, মানুহে কিছুমান বস্তুৰ প্ৰতি যথেষ্ট মনোযোগ দিয়ে, যেনে ইয়াৰ ৰং, নম্বৰ, কোম্পানী আদি। কিছুমানে শুভ সময় চাই গাড়ী ক্ৰয় কৰে। গাড়ী এখন কিনাৰ পাছত মানুহে বহুতো সৰু সৰু বস্তু উপেক্ষা কৰে।
আপোনাৰ আশা-আকাংক্ষ্যাক লৈ আপুনি স্বাৰ্থপৰ হৈ পৰাটো যৌন সম্পৰ্ক স্থাপনৰ দৃষ্টিৰ পৰা কোনোপধ্যে স্বাস্থ্যকৰ অভ্যাস নহয় । বিচনাত কেতিয়াও, কোনেও নিজৰ জীৱন সংগী অথবা আপোনজনক অস্বস্তিকৰ অৱস্থাত পেলাব নালাগে লগতে নিজৰ সংগীগৰাকীক এনে কিছু দাবী কৰিব নালাগে, যি তেওঁ পূৰণ কৰিব নোৱাৰে। বিশেষজ্ঞা পল্লৱী বাৰ্নৱালে আগবঢ়াইছে এনে সমস্যাৰ পৰামৰ্শ। মৌখিক
হিন্দু বৰ্ষপঞ্জি অনুসৰি, মাঘ মাহৰ শুক্ল পক্ষৰ পঞ্চমী তিথিৰ দিনা প্ৰতি বছৰে বসন্ত পঞ্চমী উৎসৱ উদযাপন কৰা হয়। এই বিশেষ দিনটোত দেৱী সৰস্বতীৰ পূজা-অৰ্চনা কৰা হয়। হিন্দু সম্প্ৰদায়ত জ্ঞানৰ দেৱী বুলি অভিহিত কৰা হয় দেৱী সৰস্বতীক৷ দক্ষিণাত্যক ইয়াক ‘শ্ৰী পঞ্চমী’ বুলিও অবিহিত কৰা হয়। বহুতো ভক্তই উপবাস পালন কৰে আৰু সন্ধিয়া
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা৷ প্ৰচণ্ড শীতৰ মাজতে ৰাজ্যত পালন কৰা হৈছে সৰস্বতী পূজা৷ মাঘ মাহৰ শুক্ল পক্ষৰ পঞ্চম তিথিৰ দিনা দেৱী সৰস্বতীক পূজা কৰা হয়৷ মাঘ মাহৰ শুক্ল পক্ষৰ পঞ্চম দিনটো বসন্ত পঞ্চমী হিচাপে পালন কৰা হয়। বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীক আজিৰ দিনটোতে পূজা কৰা হয়। শিক্ষাৰ্থীসকলে আজিৰ