‘পাঠান’ক লৈ ৰাজনীতি কৰা সকলক জুবিন গাৰ্গৰ সকীয়নি Watch Video
Month: January 2023
মুখমণ্ডল যিমানেই সুন্দৰ নহওক কিয়, যদিহে ডিঙি দেখাত সুন্দৰ নহয় তেন্তে আপোনাৰ সৌন্দর্য বিঘ্ণিত হ’ব৷ সকলোৱে কেৱল মুখৰ সৌন্দৰ্যৰ কথাহে ভাৱে, কিন্তু ডিঙিৰ সৌন্দৰ্য সমানে দৰকাৰী। সেয়েহে ডিঙিৰ যতন লোৱাটো অতি প্রয়োজনীয়৷ ইয়াৰ বাবে কেইটামান টিপ্ছ আগবঢ়োৱা হ’ল– ১.মাছাজ বা মালিচঃ মাছাজ বা মালিচ কৰাটো মুখমণ্ডলৰ দৰেই ডিঙিৰ বাবেও প্রয়োজনীয়৷
কিশোৰী–যুৱতীসকলে নিজৰ সৌন্দর্যক লৈ যথেষ্ট সচেতন৷ কিন্তু কেতিয়াবা নখত আধা যোৱা নেইল পলিচে যুৱতীৰ সৌন্দর্য হানি কৰে৷ সকলো সময়তে ঘৰত ৰিম’ভাৰ নাথাকিবও পাৰে৷ এনেক্ষেত্রত চিন্তা কৰাৰ পৰিৱর্তে ঘৰতে ৰিম’ভাৰ প্রস্তুত কৰিব পাৰে৷ ১.ডিঅ’ড্রেণ্ট ব্যৱহাৰ কৰিব৷ ডিঅ’ড্রেণ্টৰ সহায়ত নেইল পলিচ আঁতৰাব পাৰি৷ কাৰণ ডিঅ’ড্রেণ্টৰ ৰিম’ভাৰত নিহিত হৈ থকাৰ দৰেই কিছুমান উপাদান
Babycorn one of those cute and delicate looking variety of veggies we have been looking at and trying to include in our recipes in a number of ways since a while now is a cereal grain taken from corn harvested early while the stalks are still small and immature. It
গোসাইগাঁও ২০ জানুৱাৰীঃ গোসাইগাঁও মহকুমাৰ কচুগাঁও থানাৰ অন্তৰ্গত পানবাৰিত ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱা পথ দুৰ্ঘটনাত মোটৰ চাইকেল আৰোহী নিহত হোৱাৰ লগতে আন এজন গুৰুতৰ ৰূপে আহত হৈ চিকিৎসাধীন হৈছে ৷ নিহত লোকজন কচুগাঁও থানাৰ অন্তৰ্গত কান্দানাপাৰা বাসিন্দা দুখিৰাম ৰায়(২৮) আৰু আহত লোকজন একেখন গাঁৱৰে বাসিন্দা অৰ্জুন কৰ্মকাৰ বুলি