Month: January 2023

নাজিৰা নগৰৰ মাজমজিয়াৰ অনুপ শৰ্মা মালিকানাধীন চাহ হোটেলৰ মিঠাই প্ৰস্তুত কৰা ৰান্ধনীশালৰ দৃশ্য।

নাজিৰা নগৰৰ মাজমজিয়াৰ অনুপ শৰ্মা মালিকানাধীন চাহ হোটেলৰ মিঠাই প্ৰস্তুত কৰা ৰান্ধনীশালৰ দৃশ্য।

নাজিৰাৰ টাউনৰ শৰ্মা নামৰ এই হোটেলখনৰ সুস্বাদু মিঠাই সুন্দৰকৈ সজাই থোৱা দেখিলে হয়তো আপোনাৰো আগ্ৰহ হব একাপ চাহৰ সৈতে সেই মিঠাইৰ জুতি ল’বলৈ। কিন্তু আপুনি হয়তো কল্পনাও কৰিব নোৱাৰে এইখন হোটৈলত কেনেধৰণৰ কদৰ্য পৰিৱেশত এই মিঠাইসমূহ প্ৰস্তুত কৰা হয়। আমি দেখুৱাম নাজিৰাৰ শৰ্মা হোটেলৰ মিঠাই কাৰখানাৰ দৃশ্য। যি দৃশ্য দেখিলে

ৰঙিয়া মহাবিদ্যালয়ত NAACৰ দল

ৰঙিয়া মহাবিদ্যালয়ত NAACৰ দল

কামৰূপ জিলাৰ শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান ৰঙিয়া মহাবিদ্যালয় । বৃহস্পতিবাৰে মহাবিদ্যালয় খনত NAACৰ 3জনীয়া দল এটিয়ে পৰিদৰ্শন কৰে । মহাবিদ্যালয় সমূহৰ গুণগত মানদণ্ড আৰু শিক্ষাৰ মানদণ্ড নিৰূপণ কৰে NAAC য়ে । মহাবিদ্যালয়ৰ ফালৰ পৰা দলটিক উষ্ম আদৰনি জনোৱা হয় । NAACৰ PEER দলৰ পৰিদৰ্শনৰ লগত সংগতি ৰাখি মহাবিদ্যালয় খনত এক সংস্কৃতিক

টীয়কত ২০২৪ চনৰ আজিৰ দিনটোতে ছাত্ৰনেতা সিংহযুৱক ললিত ৰাজখোৱাৰ আবক্ষ মূৰ্তি ও স্মাৰক গ্ৰন্থ উন্মোচন কৰিব আছুৱে l

টীয়কত ২০২৪ চনৰ আজিৰ দিনটোতে ছাত্ৰনেতা সিংহযুৱক ললিত ৰাজখোৱাৰ আবক্ষ মূৰ্তি ও স্মাৰক গ্ৰন্থ উন্মোচন কৰিব আছুৱে l

আজি টীয়ক সমষ্টিক নৱ ৰূপ দিয়াৰ অন্যতম কাণ্ডাৰী তথা ৰাজ্য চৰকাৰৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী ছাত্ৰনেতা সিংহযুৱক ললিত চন্দ্ৰ ৰাজখোৱাৰ ৩৩ সংখ্যক মৃত্যু দিৱস।আজি সমগ্ৰ সমষ্টিবাসীয়ে শ্ৰদ্ধাৰে সোঁৱৰিছে ললিত চন্দ্ৰ ৰাজখোৱাক।আপোচবিহীন স্বভাৱেৰে মাত্ৰ পাঁচটা বছৰ শাসনৰ গাদীত বহি অসমখনৰ লগতে টীয়ক সমষ্টিৰ যথেষ্ট উন্নয়ন সাধন কৰা এইগৰাকী সিংহযুৱকৰ এই ৩৩ সংখ্যক

চলন্ত পুথিভঁৰাল সংৰক্ষণৰ দাবীত নগাঁৱত নাগৰিক সভা

চলন্ত পুথিভঁৰাল সংৰক্ষণৰ দাবীত নগাঁৱত নাগৰিক সভা

নিউজ ব্যুৰ’,নগাঁও,২০জানুৱাৰী:–পুথিভঁড়াল সেৱা সঞ্চালকালয়ে নগাঁও পুথিভঁৰালী লৈ প্ৰেৰণ কৰা চিঠিক লৈ নগাঁৱত সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । নগাঁও জিলা পুথিভঁৰালত থকা চলন্ত পুথিভঁৰাল বাহনখন নিলাম কৰা সম্পৰ্কীয় চিঠিখন তথা নিলাম বাতিলৰ দাবীত নগাঁৱত শুক্ৰবাৰে এখনি নাগৰিক সভা অনুষ্ঠিত হয় । এই উপলক্ষে নগাঁৱৰ মতিৰাম বৰা উদ্যানত নগাঁও নাগৰিক সমাজৰ উপস্থিতিত