ভগৱান শ্ৰী গণেশ প্ৰথম পূজনীয় দেৱতা হয়।কোনো শুভ কাৰ্য্য কৰাৰ আগে-ভগৱান শ্ৰী গণেশৰ পূজা-অৰ্চনা কৰা হয়।বুধবাৰৰ দিনটো ভগৱান শ্ৰী গণেশৰ ওপৰত সমৰ্পিত।এইদিনা বিধি-বিধানেৰে ভগৱান শ্ৰী গণেশৰ পূজা কৰিলে-ভগৱান শ্ৰী গণেশৰ কৃপাত-সকলো মনৰকামনা পূৰ্ণ হয়। ভগৱান শ্ৰী গণেশক প্ৰসন্ন কৰিবলৈ-বুধবাৰৰ দিনা কৰিব লাগে-এইসমূহ উপায়- ভগৱান শ্ৰী গণেশক দুৱৰি অৰ্পণ কৰিব লাগে-
Month: January 2023
বুধবাৰৰ দিনা কৰিব লাগে-বুধ গ্ৰহৰ ব্ৰত। অশুভ স্থিতিৰ পৰা পোৱা যাব মুক্তি। *বুধ গ্ৰহৰ পূজা-বুধবাৰে কৰা হয়।এনে কোৱা হয় যে-কুণ্ডলীত বুধ গ্ৰহ অশুভ স্থিতিত থাকিলে-বুধবাৰে গণপতিৰ পূজা কৰিলে বিশেষ লাভ পোৱা যায়। *হিন্দু ধৰ্মত সপ্তাহৰ সাতটা দিন কোনো এজন ভগৱানৰ ওপৰত সমৰ্পিত হয়।সপ্তাহৰ তৃতীয় দিন বুধবাৰ-বুধ গ্ৰহৰ নাম হয়।এই
বীৰ হনুমানৰ পঞ্চমুখী অৱতাৰৰ প্ৰথম মুখ খনি বানৰৰ, দ্বিতীয় খন গৰুড়, তৃতীয় খন বৰাহ, চৰ্তুথখন, নৰসিংহ আৰ পঞ্চমখন অশ্বৰ।এই পাঁচ খন মুখেৰে বীৰ হনুমানে নিজৰ ভক্তক পাঁচ ধৰণেৰে সমস্যা দূৰ কৰে।প্ৰতি মুখৰে বেলেগ বেলেগ মহত্ব আছে।সেয়ে আজি বীৰ হনুমানৰ পঞ্চমুখী অৱতাৰৰ পাঁচখন মুখৰ মহত্ব জানি লওঁ আহক – প্ৰথমে বানৰৰ
ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে জাতি-জনগোষ্ঠীৰ লোকসকলক অধিক সন্তান জন্ম দিয়াৰ বাবে বিভিন্ন প্ৰৰোচনামূলক কথা ঘোষণা কৰে। দেওবাৰে (১৫ জানুৱাৰী) দক্ষিণ ছিকিমৰ যোৰথাং চহৰত মাঘ সংক্ৰান্তি কাৰ্যসূচীত ভাষণ দি তেওঁ কয় যে ছিকিমৰ “উৰ্বৰতাৰ হাৰে শেহতীয়া বছৰবোৰত প্ৰতিগৰাকী মহিলাৰ বাবে এটা সন্তানৰ বৃদ্ধিৰ হাৰ সৰ্বনিম্ন হাৰ ৰেকৰ্ড কৰিছে, জনগোষ্ঠীয় সম্প্ৰদায়ৰ
কোনে মোমো খাই ভাল নাপায়। স্কুল, কলেজ, অফিচৰ পৰা উভতি আহোঁতে আপুনি নিশ্চয় ৰাস্তাৰ কাষত থিয় হৈ মমো খাইছে। বা ঘৰ পোৱাৰ পিছত খাব পৰাকৈ পেক কৰি থৈছে নিশ্চয়। কিন্তু আপুনি জানেনে যে আপুনি ৰাস্তাৰ দাঁতিত খৰখেদাকৈ খোৱা মোমোবোৰ আপোনাৰ শৰীৰৰ বাবে অতি বিপদজনক বুলি প্ৰমাণিত হ’ব পাৰে। আজি আমি