Month: January 2023

ধূমপান নকৰিলেও ওঁঠ ক’লা হয় ? উঠৰ ক’লা দাগ কোনো মাৰণ ৰোগৰ উপসর্গ নহয়তো ?

ধূমপান নকৰিলেও ওঁঠ ক’লা হয় ? উঠৰ ক’লা দাগ কোনো মাৰণ ৰোগৰ উপসর্গ নহয়তো ?

ছাল আৰু চুলিৰ যত্নৰ প্রতি কম-বেছি সকলোৱে যত্নশীল হ’লেও ওঁঠৰ প্রতি অৱহেলাৰ অন্ত নাই । সেয়ে ওঁঠৰ ৰং সলনি হোৱাত কোনেও গুৰুত্ব নিদিয়ে । কিন্তু জানেনে, ওঁঠৰ ৰং সলনি হোৱাত লুকাই থাকিব পাৰে বৃহৎ বিপদ ? অনেকৰ ধাৰণা, ওঁঠ ক’লা হোৱাৰ মূল কাৰণ হৈছে ধূমপান । নিক’টিন আৰু বেনজ’পাইৰিনে ছালৰ

মন ভালে ৰখাৰ পাঁচটা উপায় কি ? জানক আৰু পঢ়ক

মন ভালে ৰখাৰ পাঁচটা উপায় কি ? জানক আৰু পঢ়ক

বিভিন্ন সময়ত আমি আমাৰ মনটো নিয়ন্ত্ৰণ কৰিব লগা হয়। আচলতে যিকোনো কাৰণতে আমাৰ মন বেয়া লাগিব পাৰে । মন বেয়া লগাৰ নিৰ্দিষ্ট কোনো সময় নাই । শুই উঠাৰ পিছত , খোৱাৰ টেবুলত , অফিচত কাম কৰা সময়ত বা কাৰোবাৰ ফ’ন কলতো আমাৰ মন বেয়া লাগিব পাৰে । গোটেই দিনটো যাতে

ফেটি লিভাৰৰ সমস্যা থাকিলে ভুলতো এইকেইবিধ খাদ্য নেখাব , জানিবলৈ পঢ়ক –

ফেটি লিভাৰৰ সমস্যা থাকিলে ভুলতো এইকেইবিধ খাদ্য নেখাব , জানিবলৈ পঢ়ক –

বৰ্তমান ঘৰে-ঘৰে বৃদ্ধি পোৱা এটা বেমাৰ হৈছে ফেটি লিভাৰ । যিসকল লোকে এই সমস্যাত ভুগি থাকে , কেতিয়াবা তেওঁলোকেও হয়তো নাজানে যে , তেওঁলোক এই গুৰুতৰ সমস্যাত ভুগি আছে । কাৰণ অধিকাংশ লোক এই সমস্যা সন্দৰ্ভত জ্ঞাত নহয় । প্ৰথম কথা ফেটি লিভাৰৰ সমস্যাত ভুগা লোকে বিশেষকৈ ডায়েট তালিকা মানি

নাকৰ ওপৰত হোৱা ব্লেকহেডচ দূৰ কৰাৰ ঘৰুৱা উপায় –

নাকৰ ওপৰত হোৱা ব্লেকহেডচ দূৰ কৰাৰ ঘৰুৱা উপায় –

মানুহৰ মুখতকৈ নাকৰ ওপৰত হোৱা ব্লেকহেডচে অত্যন্ত অস্বত্বিৰ সৃষ্টি কৰে । কিন্তু এই ব্লেকহেডচ আপুনি ঘৰুৱা উপায়েৰেও দূৰ কব পাৰে । আচলতে আমাৰ নাকৰ ওপৰত থকা গ্ৰন্থিৰ পৰা এবিধ তেল নি:সৰণ হয় । য’ত ময়লা জমা হৈ এই ব্লেকহেডচৰ সৃষ্টি কৰে । তেনেক্ষেত্ৰত এই জমা হৈ থকা ময়লা পৰিষ্কাৰ কৰাটো

ভিটামিন ‘ই’ য়ে ছালৰ কি কি উপকাৰ সাধন কৰে ?

ভিটামিন ‘ই’ য়ে ছালৰ কি কি উপকাৰ সাধন কৰে ?

খুব সহজ কেইটামান নিয়ম মানি চলিলেই ছালৰ বিভিন্ন সমস্যা দূৰ হয় । বিশেষকৈ ভিটামিন ‘ই’ ছালৰ কাৰণে খুবেই উপকাৰী । ইয়াত থকা এণ্টি অক্সিডেণ্টে ছালৰ বিভিন্ন সমস্যা দূৰ কৰে । ছালৰ আদ্ৰতা ধৰি ৰখাত ভিটামিন ‘ই’ য়ে বিশেষ কাম কৰে । শীতত ভিটামিন ‘ই’ য়ে প্ৰাকৃতিক ময়শ্চাৰাইজাৰৰ কাম কৰাৰ সমান্তৰালকৈ