মহিলাসকলে-ৰাতিপুৱা এইকেইটা কাম কৰিলে-মা লক্ষ্মীৰ কৃপা প্ৰাপ্ত হয়

1 min read

নাৰীক ঘৰৰ লক্ষ্মী বোলে।শাস্ত্ৰত ৰাতিপুৱা কিছুমান-বিশেষ কামৰ কথা কোৱা হৈছে-যিবোৰ কাম মহিলাই কৰিব লাগে।কোৱা হয় যে-ইয়াৰ দ্বাৰা-লক্ষ্মী সদায় পৰিয়ালৰ প্ৰতি দয়ালু হয়। 

*শাস্ত্ৰ অনুযায়ী-যদিও সূৰ্য্য উদয়ৰ আগতে-সাৰ পোৱাটো সকলোৰে বাবে উপকাৰী,কিন্তু ঘৰৰ মহিলাসকলৰ বাবে-তেনে কৰিলে-তেনে কৰিলে বেছি শুভ ফল পোৱা যায়।ব্ৰহ্ম মুহুত্বত উঠিলে-মানুহে সৌন্দৰ্য্য,চোকা বুদ্ধি,লক্ষ্মী,স্বাস্থ্য উপকাৰ লাভ কৰে।

*পৰিয়ালৰ কল্যাণ আৰু সমাজৰ উন্নয়নৰ বাবে-এগৰাকী নাৰী সুস্থ হোৱাটো অতি প্ৰয়োজনীয়।যোগ আৰু প্ৰনায়মৰ দ্বাৰা এয়া সম্ভৱ।ৰাতিপুৱা সোনকালে সাৰ পোৱাৰ পাছত কিছু সময়ৰ বাবে-ব্যায়াম কৰক।ইয়াৰ ফলত মানসিক আৰু শাৰীৰিক অৱস্থা-শক্তিশালী হয়।

*সূৰ্য্য উদয়ৰ আগতে-গা ধূলে মহিলাৰ স্বাস্হ্য উপকাৰ হয়।ৰাতিপুৱা মগজুৱে-অধিক ক্ষমতাৰে ইতিবাচক চিন্তা গ্ৰহণ কৰে।স্নান কৰিলে-শৰীৰৰ লগতে-মনটো শুদ্ধ হয়।বহু কামৰ বাবে-নাৰী দায়বদ্ধ।যদি মনৰ শান্তি থাকে-তেতিয়া মহিলাসকলে নিজৰ কাম ভালকৈ সম্পূৰ্ণ কৰিব পাৰে। 

*যদি নিতৌ তুলসী পূজা কৰা হয়-তাতেই সুখ-সমৃদ্ধি আৰু সৌভাগ্য ৰৈ যায়।বিশেষকৰি মহিলাসকলে-দৈনিক পুৱা তুলসীক পানী অৰ্পণ কৰিব লাগে।এনে কৰিলে-টকাৰ অভাৱ নহয়।

*পুৰাণৰ মতে-গৰুক সেৱা কৰি-ৰাশিফলৰ যিকোনো দোষ দূৰ কৰিব পাৰি।মহিলাসকলে-প্ৰতিদিনে-

গৰুৰ বাবে-প্ৰথম ৰুটি উলিয়াই লয়।গো-সেৱাত-৩৩কোটি দেৱতাৰ আৰ্শীবাদ থাকে।

*প্ৰতিদিনে পুৱা বয়োজ্যেষ্ঠৰ আৰ্শীবাদ ললে-জীৱনটো সুখেৰে ভৰি পৰে।বয়োজ্যেষ্ঠৰ আৰ্শীবাদত যথেষ্ঠ শক্তি থাকে।ইয়াৰ দ্বাৰা বহু প্ৰজন্ম ৰক্ষা পৰে।

*শাস্ত্ৰ অনুযায়ী-মহিলাসকলে গা-ধুইহে-পাকঘৰত প্ৰৱেশ কৰিব লাগে।ইয়াৰ দ্বাৰা দেৱী সদায় অন্নপূৰ্ণা আৰু দেৱী লক্ষ্মী বাসস্থানলৈ যায়।( সংগ্ৰহিত)।

You May Also Like

More From Author