অবৈধ স্বামীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ জেহাদ। আৰু অধিক স্বামী যাব লগীয়া হ’ব জেললৈ !

0 min read

আপোনাৰ পত্নীৰ বয়স কিমান? ১৮বছৰৰ তলৰ ছোৱালীক বিয়া পাতিছিল নেকি?

তেন্তে সাজু হওক হাতত হেণ্ডকাফ পিন্ধিবলৈ। কাইলৈ পুৱাই আপোনাৰ ঘৰলৈ যাব আৰক্ষী।

You May Also Like

More From Author