Month: March 2023

চুলি পকা সমস্যা আৰু ইয়াৰ সমাধান বিশেষ!

চুলি পকা সমস্যা আৰু ইয়াৰ সমাধান বিশেষ!

বয়স বৃদ্ধিৰ লগে লগে চুলি পকা স্বাভাৱিক । কিন্তু সম্প্ৰতি কম বয়সতে অনেকৰ মূৰৰ চুলি পৰা দেখা যায় । কিন্তু কি কাৰণত কম বয়সতে চুলি পকে জানেনে ? ইয়াৰ মূলতে আছে তিনিটা বৃহৎ কাৰণ । জানি লওক সেই কাৰণবোৰনো কি । ১) আমিষ খাদ্য‌ই শৰীৰৰ পুষ্টি জোগোৱাত সহায় কৰে ।

অলপতেই অসুস্থ হয় পৰে ? কোন কেইবিধ খাদ্যই হ্ৰাস কৰিছে প্ৰতিৰোধ ক্ষমতা ?

অলপতেই অসুস্থ হয় পৰে ? কোন কেইবিধ খাদ্যই হ্ৰাস কৰিছে প্ৰতিৰোধ ক্ষমতা ?

শৰীৰৰ যত্ন লোৱা সহজ নহয়। সুস্থ হৈ থাকিবলৈ প্ৰথমে ৰোগ প্ৰতিৰোধ প্ৰণালী বৃদ্ধি কৰা । শীতকালৰ মানেই ঋতুগত সংক্ৰমণ বৃদ্ধি। বহুলোকে ঋতুগত সংক্ৰমণৰ বিৰুদ্ধে যুঁজিবলৈ ৰোগ প্ৰতিৰোধ প্ৰণালী বৃদ্ধি কৰিবলৈ চেষ্টা কৰে। কিছুমানে ব্যায়াম কৰি সুস্থ হৈ থাকিবলৈ চেষ্টা কৰে। বহুলোকে পুনৰ ৰোগ প্ৰতিৰোধ প্ৰণালী বৃদ্ধি কৰিবলৈ গাখীৰৰ স’তে কেঁচা হালধি খায়। অৱশ্যে,

বিবাহৰ পূৰ্বে একেলগে থকা ভাৰতৰ একমাত্ৰ বিশেষ ঠাইখন!

বিবাহৰ পূৰ্বে একেলগে থকা ভাৰতৰ একমাত্ৰ বিশেষ ঠাইখন!

ভাৰত এখন বহুতো সংস্কৃতি, নীতি-নিয়মেৰে ভৰা দেশ, য’ত এনে বহুতো অঞ্চল আছে, য’ত আজিও মানুহ গোঁড়া নিয়মৰ দ্বাৰা আবদ্ধ। বিবাহৰ আগতে লিভ-ইনত অৰ্থাৎ যুৱক-যুৱতী একেলগে থাকিব পৰা এই বিশেষ জনজাতিটোৰ নাম হৈছে মুৰিয়া বা মুদিয়া জনজাতি, যিবোৰ ছত্তীশগড়ৰ বাষ্টাৰ অঞ্চলত পোৱা যায়। প্ৰতিবেদন অনুসৰি, এই জনজাতিৰ এই নিয়মবোৰ বহুত পুৰণি।

সামান্য কথাতে অত্যধিক খং উঠে ? হব পাৰে বিপদ …

সামান্য কথাতে অত্যধিক খং উঠে ? হব পাৰে বিপদ …

সামান্য কথাতে খঙত ফাটি পৰে বা মুখ গোমোথা কৰি বহি থাকে নেকি? কিন্তু মনত ৰাখিব, এয়া অৱশ্যে শৰীৰৰ বাবে উপকাৰী নহয়। এক গৱেষণাত দেখা গৈছে যে অতিমাত্রা খঙৰ বাবে মানুহৰ কম বয়সতে ৰক্তচাপ বৃদ্ধি পায়, ইস্কিমিয়া হয় আৰু হাৰ্ট এটেকৰ আশংকা বাঢ়ে। আকৌ উচ্চ ৰক্তচাপ নাথাকিলেও আপুনি বিপদমুক্ত বুলি ভাবিব

Breaking: বাতিল হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ পৰীক্ষা।

Breaking: বাতিল হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ পৰীক্ষা।

🛑 বাতিল হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ পৰীক্ষা।🛑 ছ’চিয়েল মিডিয়াত প্ৰশ্নকাকত ভাইৰেল হোৱাৰ পিছতে এই সিদ্ধান্ত ছেবাৰ।🛑 ১৩ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া বিজ্ঞান বিষয়ৰ পৰীক্ষাৰ পৰৱৰ্তী তাৰিখ শীঘ্ৰেই ঘোষণা কৰিব ছেবাই ।