Month: March 2023

নিডচৰ উদ্যোগত কাকজানত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন

নিডচৰ উদ্যোগত কাকজানত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন

আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ লগত সংগতি ৰাখি বে-চৰকাৰী অনুষ্ঠান নিডচৰ উদ্যোগত আৰু সন্মিলিত নাৰী অধিকাৰ সুৰক্ষা মঞ্চ,অসম গ্ৰামীণ জীৱিকা অভিযান মধ্য যোৰহাট উন্নয়ন খণ্ড,ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কাকজান খণ্ডৰ উদ্যোগত আজি কাকজান খেল পথাৰত মুকলি আকাশৰ তলত আজি আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয় । সমতা আৰু সমানতাক অন্তৰকনেৰে উপলব্ধি কৰা ২০২৩

নাজিৰাৰ মেকিপুৰৰ ৰঙাজানত হলীৰ আনন্দ উল্লাসৰ মাজতে লোমহৰ্ষক হত্যাকাণ্ড।

নাজিৰাৰ মেকিপুৰৰ ৰঙাজানত হলীৰ আনন্দ উল্লাসৰ মাজতে লোমহৰ্ষক হত্যাকাণ্ড।

নাজিৰাৰ মেকিপুৰৰ ৰঙাজান লাইনত হলীৰ আনন্দ উল্লাসৰ মাজতে সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড। অজিত মানকিৰ দাৰ ঘাপত মৃত্যু দেউনাথ মুণ্ডা নামৰ যুৱকৰ। হত্যাকাণ্ড সংঘটিত কৰি পলাতক অজিত মানকি। মৃত দেউনাথ মুণ্ডা বয়স প্ৰায় ২০বছৰ আনহাতে হত্যাকাৰী অজিত মানকিৰ বয়স প্ৰায় ৩২ বছৰ বুলি জানিবলৈ পোৱা যায়। হত্যাকাণ্ড সংঘটিত কৰি পলায়ন

নাজিৰা আন্তৰ্জাতিক নাৰী দিৱস উদ্‌যাপন ।

নাজিৰা আন্তৰ্জাতিক নাৰী দিৱস উদ্‌যাপন ।

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে আজি নাজিৰাৰ খটখটী গাঁও পঞ্চায়তো নাৰী দিৱস উদ্‌যাপন কৰা হয়। নাজিৰাৰ খটখটী গাঁও পঞ্চায়তত নাজিৰা আঞ্চলিক লেখিকা সমাজৰ উদ্যোগত ৰেৱতি কপহুৱা মহিলা সমাজৰ সহযোগত এই আন্তৰ্জাতিক নাৰী দিৱস উদ্‌যাপনকৰা হয়। নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ৰিপ’ৰ্ট

নাজিৰা নগৰত হোলীৰ নামত একাংশ যুৱকৰ অতপালি।কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰ ।

নাজিৰা নগৰত হোলীৰ নামত একাংশ যুৱকৰ অতপালি।কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰ ।

নাজিৰা নগৰত হোলীৰ নামত একাংশ যুৱকৰ অতপালি।কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰ । নাজিৰাত হোলীৰ নামত অসভ্যালি। যান-জঁট নিয়ন্ত্ৰণ কৰিবলৈ অহা কৰ্তব্যৰত যানবাহন আৰক্ষীক প্ৰহাৰ একাংশ উদণ্ড যুৱকৰ। মহিলা আৰক্ষী যোৱানৰ গাতো হাত তুলিলে একাংশ উদণ্ড যুৱকে। হোলীৰ নামত একাংশ যুৱকে সুৰাপান কৰি মাতাল হৈ নাজিৰা নগৰত সৃষ্টি কৰিলে উদ্ভণ্ডালিৰ। এই উদ্ভণ্ডালিয়ে পালেগৈ

বকতাত নামঘৰৰ তোৰণ – মণিকূট উদ্বোধন আৰু  বাৰ্ষিক ভাওনা প্ৰদৰ্শন

বকতাত নামঘৰৰ তোৰণ – মণিকূট উদ্বোধন আৰু বাৰ্ষিক ভাওনা প্ৰদৰ্শন

শিৱসাগৰ জিলাৰ ইতিহাস প্ৰসিদ্ধ বকতা মৌজাৰ অন্তৰ্গত চুহুংমুং দিহিঙীয়া গাঁও বৰনামঘৰত গাঁওখনত বাস কৰা ১৭০ টা পৰিয়ালৰ উদ্যোগত আজি দিনজোৰা কাৰ্যসূচীৰে বাৰ্ষিক ভাওনা প্ৰদৰ্শনৰ আয়োজন কৰা হৈছে। কাৰ্য্যসূচী অনুযায়ী পুৱাই অসম চৰকাৰৰ আঁচনি অসম দৰ্শনৰ অধীনত নতুনকৈ নিৰ্মাণ কৰা মুখ্য তোৰণ আৰু মণিকূটসহ নামঘৰটো উদ্বোধন কৰে ১০৭ নং থাওৰা সমষ্টিৰ