আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ লগতে হোলী উত্সৱ উপলক্ষে ২০২৩ চনৰ ৮ মাৰ্চত গুৱাহাটীত এখন চাইকেল যাত্ৰাৰ আয়োজন কৰা হয়। সমগ্ৰ চহৰখনৰ পৰা আৰু বিভিন্ন চাইকেলিং গ্ৰুপৰ পৰা প্ৰায় ৮০ জন চাইকেল আৰোহীয়ে অংশগ্ৰহণ কৰে এই যাত্ৰাত। বিশেষ অতিথি অৰ্জুন বঁটা বিজয়ী শ্ৰীমতী নয়নমনি শইকীয়াৰ লগতে সুপৰিচিত অসমীয়া আৰু মিছিং গায়িকা
Month: March 2023
গণেশ পুৰাণৰ অনুসাৰে-ভগৱান শ্ৰী গণেশৰ বাহন-মুষক(নিগনি)পূৰ্ৱ জনমত-এক গন্ধৰ্ব আছিল।যাৰ নাম-ক্ৰঞ্চ আছিল।( Religious Studies ) এবাৰ দেৱৰাজ ইন্দ্ৰৰ সভাত-ভুলতে ক্ৰঞ্চৰ ভৰি মুনি বামদেৱৰ ওপৰত পৰিল।মুনি বামদেৱে ভাৱিলে যে-ক্ৰঞ্চে তেওঁৰ লগত ধেমালি কৰিছে।সেইবাবে-মুনি বামদেৱে খংতে-ক্ৰঞ্চক নিগনি হোৱাৰ শাপ দিলে।সেই শাপৰ বাবে-ক্ৰঞ্চ এটা নিগনি হল।কিন্তু সেই নিগনি-বিশাল আকাৰৰ আছিল।সেই নিগনি-ইমানে বিশাল আছিল যে-সেই
কুবেৰ দেৱতাক ৰাৱণৰ ভায়েক বুলি কোৱা হয়।কিন্তু শাস্ত্ৰত ধনৰ দেৱতা কুবেৰক ভগৱান শিৱৰ দুৱাৰপাল বুলিও কোৱা হৈছে।( Religious Studies ) কুবেৰ দেৱতাই নিজৰ ব্ৰাহ্মণ গুণৰ বাবে-দেৱতা বুলি কোৱা হয়।সেইবাবে-তেওঁৰ পূজা কৰা হয়।ধনৰ লাভৰ বাবে- দেৱী লক্ষ্মীৰ পূজা কৰা হয়-কিন্তু দেৱী লক্ষ্মীৰ পূজাৰ লগতে-কুবেৰ দেৱতাৰ পূজাৰ দ্বাৰা অত্যাধিক লাভ প্ৰাপ্ত হয়।কেৱল
*বৰাহমিহিৰৰ দ্বাৰা ৰচিত-বৃহস্তসংহিতাৰ অনুসৰি-নাগমণি কোনো?কাল্পনিক বস্তু নহয়।নাগমণি এই পৃথিৱীত আছে।নাগমণিক সৰ্পমণি নামেৰেও জনা যায়।( Religious Studies ) কোৱা হয় যে- নাগমণি নাগৰ শিৰত থাকে।এনে নাগ বহুত দুৰ্লভ হয়।প্ৰায়সকলে এয়ে কয় যে-এই পৃথিৱীত কোনো নাগ মণিধাৰী নহয়।নাগমণিক লৈ কোৱা হয় যে- নাগমণি অগ্নিৰ দৰে জিলিকি থাকে,আৰু নাগমণি যি ঠাইত থাকে-সেই ঠাইৰ
শ্ৰীকৃষ্ণৰ দৌলযাত্ৰা উপলক্ষে বঙাইগাঁৱৰ সৃজনগ্ৰামৰ পূব খামাৰপাৰাত আজি অনুষ্ঠিত হৈছে সুৱেৰী উৎসৱ। এই সুৱেৰীস্থলীলৈ ইতিসাহপ্ৰসিদ্ধ ৰঘুনাথ বিগ্ৰহ মন্দিৰ সত্ৰৰ বিগ্ৰহৰ লগতে সৃজনগ্ৰাম অঞ্চলৰ আন কেইবাখনো গাঁৱৰ বিগ্ৰহ অনা হয়। কেইবা শতিকা ধৰি চলি অহা ৰীতি-নীতিৰে উদযাপিত সুৱেৰীত ভগৱানৰ আশীৰ্বাদ বিচাৰি ভিৰ কৰে বঙাইগাঁৱৰ লগতে কাষৰীয়া জিলাসমূহৰো অসংখ্য ভক্তই। হোলীগীতৰ মূৰ্ছনাই