অসম চৰকাৰৰ ” সোণালী শৈশৱ বিকশিত অসম” আঁচনিৰ জড়িয়তে নিৰ্মাণ কৰা ” চিন্তামণি গড় আদৰ্শ আঙ্গনবাড়ী কেন্দ্ৰ”ৰ আজি শুভ উদ্বোধন কৰে টীয়ক সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাই।উক্ত উদ্ধোধনী অনুষ্ঠানত টীয়ক বিধান পৰিষদৰ সভাপতি বিকাশ শইকীয়া, কলীয়াপানী উন্নয়ন খণ্ডৰ সহকাৰী অভিযন্তা আব্দুল মৱিন , অগপ কেন্দ্ৰীয় পৰিষদৰ সদস্য পৰেশ বৰা, অগপ যোৰহাট
Month: March 2023
চি আৰ পি এফ ৰ 119 বেটেলিয়ানৰ উদ্যোগত টীয়কৰ ৰজাবাৰী খেলপথাৰত জিলা ভিত্তিক আয়োজিত ক্ৰিকেট প্ৰতিযোগিতাৰ আজি চূড়ান্ত খেলখন অনুষ্ঠিত হয়।মুঠ ৩৬ টাকৈ দলে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন টীয়ক আৰ চি চি ক্ৰিকেট দল আৰু নকছাৰী ডেভিল ক্ৰিকেট দলৰ মাজত অনুষ্ঠিত হয়।এক ৰোমাঞ্চকৰ অন্তত ডেভিল ক্ৰিকেট ক্লাৱে চূড়ান্ত
“অসমৰ লোকসকল বৰ দয়ালুআৰু মৰমীয়াল।আমি অসমলৈ আহি অভিভূত হৈ পৰিলো।”- এই মন্তব্য লণ্ডনৰ পৰা অসমলৈ বুলি ভ্ৰমণত অহা ষ্টিফেন আৰু হিলাৰীৰ। মংগলবাৰে যোৰহাটৰ ঢেকীয়াখোৱা বৰনামঘৰত উপস্থিত হোৱা দুয়োগৰাকী বিদেশী পৰ্যটকে নামঘৰত সেৱা লোৱা লগতে ঢেকীয়াখোৱা বৰনামঘৰৰ ইতিহাস জানিবলৈ চেষ্টা কৰে।ইপিনে গুৰু শংকৰ মাধৱৰ বিষয়ে জানি অভিভূত হৈ পৰা দুয়োগৰাকী পৰ্যটকক
আজি বঙাইগাওঁ জিলাৰ সৃজনগ্ৰামত এক উৎসৱ মুখৰ পৰিবেশ সৃজনগ্ৰামৰ আমগুৰি সস্তৰস্থিত শ্ৰীশ্ৰী ৰঘুনাথ বিগ্ৰহ মন্দিৰ সত্ৰত ৰাজদৌল মোহৎসৱ পালন কৰে। ঐতিহাসিক ৰঘুনাথ বিগ্ৰহ মন্দিৰটোৰ আছে বিশেষ তাৎপৰ্য্য মন্দিৰটো ভাৰতবৰ্ষৰ ভিতৰত দ্বিতীয় আৰু অসমৰ ভিতৰত প্ৰথম বহি থকা সেউজীয়া ৰামৰ মূৰ্তি ১৬ শ শতিকাতে স্থাপিত কৰে। সেয়েহে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তৰ
বাৰিষা গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বাহিনী নৈৰ ওপৰত থকা ৮৯ খন দলং ভাঙি দিব কামৰূপ মহানগৰ জিলা প্ৰশাসনে৷ এই সন্দৰ্ভত সোমবাৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই এখন আনুষ্ঠানিক জাননী জাৰি কৰিছে৷ জাননীত কোৱা হৈছে যে–‘এই ৮৯ খন দলঙে বাহিনী নৈৰ স্বাভাৱিক প্ৰৱাহক বাধাপ্ৰাপ্ত কৰিছে৷ গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তই উক্ত দলং