22.6 C
Assam
Saturday, April 1, 2023

Featured News

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

“দুঘণ্টাৰ যৌন সম্পৰ্কই সফলতা আনে!”- এই চাঞ্চল্যকৰ দাবী এগৰাকী খেলুৱৈৰ

বিভিন্ন খেলুৱৈয়ে প্ৰদৰ্শন বৃদ্ধিৰ বাবে বিভিন্ন পন্থা...

সৃজনগ্ৰামৰ ৰঘুনাথ বিগ্ৰহ মন্দিৰ সত্ৰত ৰাজদৌল মহৎসৱ বঙাইগাওঁ জিলাকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ অগনন ভক্তৰ সমাগম।

Assamese Newsসৃজনগ্ৰামৰ ৰঘুনাথ বিগ্ৰহ মন্দিৰ সত্ৰত ৰাজদৌল মহৎসৱ বঙাইগাওঁ জিলাকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ অগনন ভক্তৰ সমাগম।

আজি বঙাইগাওঁ জিলাৰ সৃজনগ্ৰামত এক উৎসৱ মুখৰ পৰিবেশ সৃজনগ্ৰামৰ আমগুৰি সস্তৰস্থিত শ্ৰীশ্ৰী ৰঘুনাথ বিগ্ৰহ মন্দিৰ সত্ৰত ৰাজদৌল মোহৎসৱ পালন কৰে।

ঐতিহাসিক ৰঘুনাথ বিগ্ৰহ মন্দিৰটোৰ আছে বিশেষ তাৎপৰ্য্য মন্দিৰটো ভাৰতবৰ্ষৰ ভিতৰত দ্বিতীয় আৰু অসমৰ ভিতৰত প্ৰথম বহি থকা সেউজীয়া ৰামৰ মূৰ্তি ১৬ শ শতিকাতে স্থাপিত কৰে।

সেয়েহে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তৰ আজিৰ এই বিশেষ দিনটোত সমাগম দেখিবলৈ পোৱা গ’ল।

অভয়াপুৰীৰ পৰা তপন ৰাজবংশীৰ পতিবেদন।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!