Month: March 2023

ভগৱান শিৱৰ সাধনা কৰিলে-ভক্তসকলৰ সকলো ধৰণৰ দুখৰ পৰা মুক্তি পোৱা যায়

ভগৱান শিৱৰ সাধনা কৰিলে-ভক্তসকলৰ সকলো ধৰণৰ দুখৰ পৰা মুক্তি পোৱা যায়

ভগৱান শিৱৰ সাধনা কৰিলে-ভক্তসকলৰ সকলো ধৰণৰ দুখৰ পৰা মুক্তি পোৱা যায়।লগতে-সকলো ফালৰ পৰা বিজয় প্ৰাপ্ত হয়।মান্যতা অনুসাৰে-ভগৱান শিৱৰ সাধকসকলৰ কেতিয়াও পৰাজয় নহয়।( Religious Studies) *ভগৱান শিৱৰ পূজা কৰিলে-কোনো ধৰণৰ ৰোগ নাথাকে।শিৱ ভক্তসকল-তেওঁৰ কৃপাৰ দ্বাৰা ৰোগ মুক্ত থাকে।কাৰণ-তেওঁ বৈদ্যনাথ হয়। *ভগৱান শিৱৰ পূজাৰ দ্বাৰা-ভক্তসকলৰ আত্মবল বৃদ্ধি হয়।লগতে-অদ্ভুত উৰ্জা,বল,আৰু সাহসৰ অনুভূতি হয়।

গংগাৰ পানী কিয় গোন্ধ নোলায় বা নষ্ট নহয় জানি লওক

গংগাৰ পানী কিয় গোন্ধ নোলায় বা নষ্ট নহয় জানি লওক

পানী হৈছে জীৱন।এই কথা আপোনালোকে নিশ্চয় বহুবাৰ পঢ়ি শুনিছে।মানুহৰ অস্তিত্ব ৰক্ষাৰ আঁৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ চৰিত্ৰ হৈছে পানী।( Religious Studies) পৃথিৱীৰ আধা অংশ পানীৰে-আবৃত্ত।ইয়াৰ পাছতো পৃথিৱীত পানীৰ নাটনি হৈছে।ইয়াৰ কাৰণ হল-খোৱাপানীৰ অভাৱ।আধা পানী হিমবাহত জমা হৈ থাকে।কিন্তু নদী বা হ্ৰদবোৰৰ পানী খোৱাৰ বাবে ব্যৱহাৰ কৰা হয়।কিন্তু লেতেৰাৰ বাবে ভাৰতৰ প্ৰায়বোৰ নদীৰ

ভগৱান তিৰুপতি বালাজী ধাৰত কিয় আছিল জানো আহক

ভগৱান তিৰুপতি বালাজী ধাৰত কিয় আছিল জানো আহক

প্ৰাচীন কথা অনুসাৰে-তিৰুপতি বালাজী কলিযুগৰ শেষৰলৈকে ধাৰত থাকিব।বালাজীৰ ওপৰত যি ধাৰ আছে-সেই ধাৰকে দিবলৈ-বালাজী মন্দিৰত ভক্তসকলে সোণ আৰু বহুমূল্য ধাতু তথা ধন দান কৰে। ( Religious Studies) শাস্ত্ৰ অনুসাৰে-ধাৰত থকা ব্যক্তিৰ ওচৰত যিমান ধন নহওঁক কিয়-সেইজন দৰিদ্ৰয় হয়।এই নিয়মৰ অনুসাৰে-মনা হয় যে-ধনৱান হৈও দৰিদ্ৰ হয় ভগৱান বালাজী। ধাৰত কিয় আছিল-ভগৱান

এল টি স্মার্ট পোষ্ট পেইড সংযোগক স্মার্ট প্ৰীপেইড সংযোগলৈ ৰূপান্তৰ কৰাৰ ব্যৱস্থা

এল টি স্মার্ট পোষ্ট পেইড সংযোগক স্মার্ট প্ৰীপেইড সংযোগলৈ ৰূপান্তৰ কৰাৰ ব্যৱস্থা

অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে শক্তি মন্ত্ৰালয়ৰ অধিসূচনা অনুসৰি আৰু অসম বিদ্যুৎ নিয়ামক আয়োগৰ পৰা লাভ কৰা অনুমোদন মৰ্মে সকলো এল টি স্মার্ট পোষ্ট পেইড সংযোগক যোৱা ১ জানুৱাৰীৰ পৰা পৰ্যায়ক্রমে স্মার্ট প্ৰীপেইড সংযোগলৈ ৰূপান্তৰ কৰাৰ ব্যৱস্থা কৰিছে। সেই অনুসৰি জনসাধাৰণক স্মার্ট প্রীপেইড মিটাৰ সংযোগ কৰি ইয়াৰ সুবিধাসমূহ লাভ কৰিবলৈ

ভাৰতীয় জন ঔষধি পৰিযোজনাৰ নামত উৎসৰ্গিত ৰে’লৰ যাত্ৰাৰ শুভাৰম্ভ

ভাৰতীয় জন ঔষধি পৰিযোজনাৰ নামত উৎসৰ্গিত ৰে’লৰ যাত্ৰাৰ শুভাৰম্ভ

কেন্দ্রীয় স্বাস্থ্যমন্ত্রী ড° মনসুখ মন্দাভিয়া আৰু ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি পৰিযোজনাৰ নামত উৎসৰ্গিত এখন ৰে’লৰ যাত্ৰা কালি নতুন দিল্লীৰ পৰা পতাকা জোকাৰি শুভাৰম্ভ কৰে। ছত্তিশগড় সম্পৰ্কক্ৰান্তি এক্সপ্ৰেছ ৰে’লগাড়ীখন জনঔষধি আঁচনিৰ সৈতে সংযুক্ত কৰি জনঔষধি কেন্দ্ৰসমূহত পোৱা জেনেৰিক ঔষধৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে। ৯