AIUDFৰ লগত মিত্ৰতা কৰাতকৈ বিজেপিৰ সৈতে মিত্ৰতা কৰাই ভাল : ৰকিবুল হুছেইন
Month: March 2023
আজিৰে পৰা আৰম্ভ অ’মেনচ প্ৰীমিয়াৰ লীগ মুম্বাই ইণ্ডিয়ানছ-গুজৰাট জায়েণ্টছৰ মাজত WPLৰ ১মখন খেল প্ৰথমখন খেলতে মুম্বাই ইণ্ডিয়ানছ প্লেয়িং একাদশত স্থান লাভ অসমৰ জিণ্টিমণি কলিতাৰ
নিউজ ব্যুৰ’,নগাঁও,৪মাৰ্চ:-নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ তুলসীমুখ নিবাসী শংকৰী সংস্কৃতিৰ সাধক,প্ৰবীণ শিক্ষাবিদ, নামাচাৰ্য সোণাৰাম বৰা(৮৭)ৰ শুক্ৰবাৰে নিশা বাৰ্ধক্যজনিত কাৰণত পৰলোকপ্ৰাপ্তি ঘটে । বৰাৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰে। উল্লেখ্য যে ১৯৩৫ চনৰ ২০ মে’ত তুলসীমুখ কোঁচ গাঁৱত জন্মগ্ৰহণ কৰা বৰাই কৈশোৰ অৱস্থাৰ পৰাই পৰম ব্ৰহ্ম
‘বৰ্তমান চৰকাৰ খনৰ অতি অহংকাৰ হৈছে। অসমৰ উন্নয়নৰ নামত ভুৱা এনকাউণ্টাৰ আৰু খিলঞ্জীয়া মানুহৰ ঘৰ উচ্ছদ কৰা হৈছে’।- শৃংখল চলিহাৰ এই মন্তব্য
হোজাইত দুটাকৈ ব্যক্তিগত ছাত্ৰীনিবাসত পৃথকে পৃথকে সংঘটিত হোৱা ঘটনাৰ লগত জৰিত পাঁচ জনকৈ যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। লগতে যুৱতীৰ অন্তৰ্বাস চুৰি আৰু উলঙ্গ যুৱকজনকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। উল্লেখ্য যে যোৱা ২২ফেব্ৰুৱাৰীত হোজাই নতুন বজাৰৰ এটা ব্যক্তিগত ছাত্ৰীবাসত উলংগ যুৱকৰ প্ৰৱেশ আৰু আন এটা ছাত্ৰীনিবাসৰ দুগৰাকীকৈ ছাত্ৰীক পৃথক পৃথক স্থানত কৰা