আজি বিশ্ব বন্যপ্ৰাণী দিৱস ৷ এক ব্যতিক্ৰমী কাৰ্যসূচী অভয়াপুৰী মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে আজি পালন কৰে বিশ্ব বন্যপ্ৰাণী দিৱস ৷ পুৱাৰ পৰাই টুলুঙীয়া টাৰ্ণিংত সোণালী বান্দৰ ৰক্ষাৰ প্ৰতি সজাগতা অনাৰ বাবে সোণালী বান্দৰৰ বসতিস্থল কাকৈজানাৰ মাজেৰে যোৱা প্ৰতিখন বাহনত সচেতনামূলক ষ্টিকাৰ মাৰে ৷ উল্লেখ্য বিগত দুমাহত দুটাকৈ আপুৰুগীয়া সোণালী বান্দৰৰ দ্ৰুতবেগী বাহনৰ
Month: March 2023
🔷ঘোচ লৈ হাত দাঙিলে আন এজন চৰকাৰী বিষয়াই। 🔷উৎকোচ লোৱাৰ সময়তে হাতে-লোটে ধৰা পৰিল বিষয়া বিদ্যাধৰ দাস
৬ মাহলৈ মন্ত্রী ৰঞ্জিত দাসে ৰেচন দিম বুলিও মাতিছিল মিছাপ্ৰেছ ক্লাবত সংবাদ মেল পাতি বন্যাৰ্তৰ ক্ষোভ। গুৱাহাটী, ৩ মাৰ্চ :”আমাৰ ঘৰ বাৰী সকলো বানপানীয়ে নোহোৱা কৰিলে। কিন্তু আমি চৰকাৰৰ পৰা একো নাপালো। ৰিলিফ মেনুৱেল অনুসৰি ঘৰ ভাঙিলে পাবলগীয়া প্ৰাপ্য ৯৫,১০০ টকাও আমি নাপালো, তাৰ পৰিৱৰ্তে আমাৰ একাউন্টত সোমাল মাত্র ১
ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে গোসাইগাঁও মহকুমাৰ মেট্ৰিক পৰীক্ষাৰ কেন্দ্ৰ সমূহত মেট্ৰিক পৰীক্ষা আজিৰ পৰা কটকটীয়া নিৰাপত্তাৰ মাজেৰে আৰম্ভ হৈছে ৷গোসাইগাঁও হায়াৰ ছেকেণ্ডাৰী স্কুল তথা B23-0488 মেট্ৰিক পৰীক্ষাৰ কেন্দ্ৰত সৰ্বমুঠ ৯৮৬ মেট্ৰিক পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে ৷ ইয়াৰে ল’ৰাৰ পৰীক্ষাৰ্থী সংখ্যা ৪০৬ আৰু ছোৱালী পৰীক্ষাৰ্থীৰ সংখ্যা ৫৮০ ৷গোসাইগাঁও হায়াৰ ছেকেণ্ডাৰী স্কুলৰ মেট্ৰিক
ঘোচ লৈ হাত দাঙিলে কলিয়াবৰৰ লাট মণ্ডল প্ৰাঞ্জল বৰাই