Month: March 2023

মাষ্টাৰচেফ ইণ্ডিয়াৰ ফাইনেলত দুই অসম সন্তান

মাষ্টাৰচেফ ইণ্ডিয়াৰ ফাইনেলত দুই অসম সন্তান

চনী টিভিৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কুকিং ৰিয়েলিটি শ্ব’ মাষ্টৰ চেফ ইণ্ডিয়াৰ সপ্তম চিজনত তিনিচুকীয়াৰ এজন যুৱক নয়নজ্যোতি শ‌ইকীয়া আৰু নগাঁৱৰ এগৰাকী মহিলা শান্তা শৰ্মা জিলিকি উঠিছে। নিজৰ ৰন্ধন শৈলী, ৰন্ধন বস্তুৰ সোৱাদ আৰু হাতৰ পৰশেৰে শ্ব’টোৰ তিনিগৰাকী বিচাৰকৰ মন জয় কৰি ফাইনেলত উপনীত হৈছে দুয়ো অসম সন্তান। বৰ্তমান চলি থকা উক্ত

আহি আছে প্ৰিয়ংকাৰ ৱেব চিৰিজ ‘চিটাডেল’!

আহি আছে প্ৰিয়ংকাৰ ৱেব চিৰিজ ‘চিটাডেল’!

বহুদিন ধৰি প্ৰিয়ংকা চোপ্ৰাই বলীউডৰ ছবিত কাম কৰা নাই। এইবাৰ অভিনেত্ৰীগৰাকীয়ে ‘মার্ভেল’ খ্যাত ৰুচো ব্রাদাৰ্ছৰ সৈতে কাম কৰিবলৈ সুবিধা পাইছে। ‘চিটাডেল’ৰ কিছু দৃশ্য এতিয়া মানুহৰ মাজত বিয়পি পৰিছে। প্ৰিয়ংকাই ৱেব শৃংখলাটোত মুখ্য চৰিত্ৰত অভিনয় কৰিছে। প্ৰিয়ংকাই অভিনয় কৰিছে GAME OF THRONES’ ৰ তাৰকা ৰিচাৰ্ড মেডেনৰ সৈতে। অভিনেত্ৰীগৰাকীৰ অনুৰাগীসকলৰ পৰা তেওঁৰ

এইবাৰ শহুৰেকৰ পৰিয়ালে মিলি হত্যা কৰিলে জোঁৱায়েকক….

এইবাৰ শহুৰেকৰ পৰিয়ালে মিলি হত্যা কৰিলে জোঁৱায়েকক….

এইবাৰ শহুৰেকৰ পৰিয়ালে মিলি হত্যা কৰিলে জোঁৱায়েকক…. এইবাৰ শহুৰেকৰ পৰিয়ালে মিলি হত্যা কৰিলে জোঁৱায়েকক। হত্যা কৰি মৃতদেহ পুতি থ’লে দাঁতিকাষৰীয়া অৰণ্যত। হত্যাকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই গাঁত খান্দি উদ্ধাৰ কৰিলে বিগত আঢ়ৈ মাহে নিৰুদ্দেশ হৈ থকা লালচানৰ মৃতদেহ  

নগাঁৱৰ ৰহা টোলগেটত নিশা কৰ্মচাৰীৰ অতপালি

নগাঁৱৰ ৰহা টোলগেটত নিশা কৰ্মচাৰীৰ অতপালি

ৰহা টোল গেটত প্ৰায়ে টোল কৰ বিচৰাৰ নামত বাহন চালকৰ স’তে কাজিয়া পেছাল লগাটো নিত্যনৈমিত্তিক ঘটনাত পৰিণত হয় ৷ মঙলবাৰে নিশা ৰহা টোল গেটৰ কৰ্মচাৰীৰ অভদ্ৰামীয়ে চৰম সীমা অতিক্ৰম কৰে ৷ নামি পৰে গুণ্ডামিত ৷ টোল গেটৰ কৰ্মচাৰীয়ে দৌৰাই দৌৰাই প্ৰহাৰ কৰে তিনিজনকৈ লোকক ৷ টোল টেক্স আদায় দিয়াৰ বিনিময়ত

অগপৰ দিনত গুপ্তহত্যা, বিজেপিৰ দিনত মুক্তহত্যা !

অগপৰ দিনত গুপ্তহত্যা, বিজেপিৰ দিনত মুক্তহত্যা !

ওদালগুৰি জিলাৰ ৰৌতাত আৰক্ষীৰ এনকাউণ্টাৰত নিহত হোৱা স্থান আজি পৰিদৰ্শন কৰে প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ৷ শইকীয়াই মানাহ অভয়াৰণ্যৰ কাষত অৱস্থিত ডিম্বেশ্বৰ মুছাহাৰীৰ  ভুক্তভোগীৰ পৰিয়ালক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰাৰ লগতে ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগলৈ উপায়ুক্তৰ যোগেদি স্মাৰক প্ৰেৰণ কৰে। উল্লেখ্য যে,২৪ ফেব্ৰুৱাৰীত দিনৰ ১০.৩০ বজাত ওদালগুৰি জিলাৰ ৰৌতা থানাৰ ১