জ্যোতিষ আৰু ধৰ্মীয় বিশ্বাসত শাস্তিৰ কৃতপক্ষ বুলি গণ্য কৰা হয়-শনিদেৱৰ বিষয়ে কোৱা হৈছে যে-যিয়েই খঙৰ বলি হয়,তেওঁ কেতিয়াও শনিৰ ক্ৰোধৰ পৰা সাৰিব নোঁৱাৰে।আনকি স্বয়ং দেৱাদিদেৱ মহাদেৱেও শনিদেৱৰ ক্ৰোধৰ পৰা হাত সাৰিব নোঁৱাৰিলে। ( Religious Studies ) হিন্দু ধৰ্মীয় গ্ৰন্থ আৰু শাস্ত্ৰত ভগৱান শিৱক শনিদেৱৰ গুৰু বুলি বৰ্ণনা কৰা হৈছে।আৰু শনিদেৱৰ
Month: March 2023
মা লক্ষ্মীক ধনৰ দেৱী বুলি গণ্য কৰা হয়।শুক্ৰবাৰে লক্ষ্মী দেৱীক পূজা কৰাৰ নিয়ম আছে।কোৱা হয় যে-লক্ষ্মী দেৱীক বিধি-বিধানেৰে পূজা কৰিলে-তেতিয়া মা লক্ষ্মীয়ে নিজৰ ভক্তসকলক চিৰদিন সমৃদ্ধিশালী হবলৈ আৰ্শীবাদ দিয়ে। দেৱী লক্ষ্মীৰ আৰ্শীবাদত ভক্তসকলৰ-কেতিয়াও ধনৰ অভাৱ নহয়।দেৱী লক্ষ্মীৰ পূজাত তেওঁৰ পচন্দৰ বস্তু আগবঢ়াব লাগে।পদুম ফুল মা লক্ষ্মীৰ অতি প্ৰিয়।কিন্তু পদুম ফুলৰ
কুণ্ডলীত ৰাহু-কেতুৰ নাম আহিলেই মনুষ্যৰ মন কিবা অনিষ্টৰ আশংকাত ভয় খায়।যদি আপোনাৰ কুণ্ডলীত বহি ৰাহুৱে আপোনাৰ প্ৰগতিৰ বাটত বাধা দিয়াৰ কাম কৰিছে-তেন্তে ছায়া গ্ৰহ ৰাহুৰ অশুভতাক দূৰ কৰিবলৈ-এই সৰল উপায় সমূহ কৰিব লাগে। ( Religious Studies) *জ্যোতিষত ৰাহু ৰসহ্যৰে ভৰা এটা ছায়া গ্ৰহ হয়।জ্যোতিষৰ অনুসাৰে-কোনো ব্যক্তিৰ কুণ্ডলীত ৰাহুৱে অশুভ প্ৰভাৱ দিলে-সেইজনৰ
আৰ্থিক সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ-বুধবাৰৰ দিনা কৰিব লাগে এইসমূহ ব্যৱস্থা! ( Religious Studies ) আজি বুধবাৰ।আজি গ্ৰহৰ ৰাজকুমাৰ বুধ আৰু প্ৰথম উপাশক গণেশৰ নামত উচৰ্গা কৰা হৈছে।বুধবাৰে ভগৱান শ্ৰী গণেশক পূজা কৰি আৰ্শীবাদ লাভ কৰে।ভক্তসকলৰ সুখ-সৌভাগ্য, ধন-সম্পত্তি বৃদ্ধি হয়।যদি কোনো ব্যক্তিৰ ৰাশিফলত বুধ গ্ৰহ দুৰ্বল হয়,তেন্তে ভগৱান শ্ৰী গণেশক পূজা কৰি
শেষত বিয়াত খাই থাকোঁতে দেখুৱাব লগা হ’ল আধাৰ কাৰ্ডখন! আশ্চৰ্যজনকভাৱে এই ঘটনা আচলতে উত্তৰ প্ৰদেশৰ আমৰোহা জিলাত সংঘটিত হৈছিল। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আমৰোহা জিলাৰ হাছানপুৰৰ এটা ঘৰত একে সময়তে দুগৰাকী ছোৱালীৰ বিয়া হৈছিল। বিয়া অনুষ্ঠানৰ বাবে মানুহ আহিবলৈ আৰম্ভ কৰাৰ লগে লগে কইনাৰ পৰিয়ালৰ লোকে অনুমান কৰিলে যে নিমন্ত্ৰণ