Month: March 2023

যোৰাবাটত ভয়ানক ট্ৰাক দুৰ্ঘটনা; ঘণ্টাৰ পিছত ঘণ্টা আবদ্ধ যান-বাহন

যোৰাবাটত ভয়ানক ট্ৰাক দুৰ্ঘটনা; ঘণ্টাৰ পিছত ঘণ্টা আবদ্ধ যান-বাহন

আজি পুৱাৰ ভাগত খানাপাৰা – যোৰাবাট পথৰ ১১ মাইলত দুখন কণ্টেইনাৰ ট্ৰাকৰ মাজত হোৱা এক বৃহৎ দুৰ্ঘটনাৰ ফলত যাতায়ত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। পুৱা ২:৩২ বজাত এই ঘটনা সংঘটিত হয়। জানিব পৰা মতে, এই সংঘৰ্ষত পিছৰ ট্ৰাকখনৰ কেবিন সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয়। প্ৰত্যক্ষদৰ্শীৰ মতে, পিছৰ ট্ৰাকখনৰ চালকজন প্ৰায় দুঘণ্টা ধৰি গাড়ীৰ

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে দিল্লীত বিতৰ্কিত পোষ্টাৰিংঃ ১০০ খন এজাহাৰ পঞ্জীয়ন

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে দিল্লীত বিতৰ্কিত পোষ্টাৰিংঃ ১০০ খন এজাহাৰ পঞ্জীয়ন

দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে বিতৰ্কিত পোষ্টাৰিং। প্ৰধানমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে বিতৰ্কিত পোষ্টাৰ লগোৱা কাৰ্যৰ বাবে দিল্লী আৰক্ষীত প্ৰায় ১০০ খন এজাহাৰ পঞ্জীয়ন হৈছে। এই এজাহাৰ প্ৰিণ্টিং প্ৰেছ আইন আৰু সম্পত্তি বিকৃতিকৰণ আইনৰ ধাৰাৰ অধীনত পঞ্জীয়ন কৰা হৈছে। এই গোচৰৰ ভিত্তিতে এই পৰ্যন্ত ৬ গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে। অৱশ্যে যিসমূহ পোষ্টাৰ

গুৱাহাটীত প্ৰথম বাৰলৈ অনুষ্ঠিত হ’ব বিশ্বকাপ ক্ৰিকেট; ১২টা স্থানৰ সৈতে নিৰ্বাচিত বৰ্ষাপাৰা ষ্টেডিয়াম

গুৱাহাটীত প্ৰথম বাৰলৈ অনুষ্ঠিত হ’ব বিশ্বকাপ ক্ৰিকেট; ১২টা স্থানৰ সৈতে নিৰ্বাচিত বৰ্ষাপাৰা ষ্টেডিয়াম

অহা ১৯ নৱেম্বৰত ভাৰতৰ আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আই চি চি ক্ৰিকেট বিশ্বকাপৰ ফাইনেল। ৫ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া এই প্ৰতিযোগিতাখনত মুঠ ৪৮খন খেল অনুষ্ঠিত হ’ব। ইয়াৰ বাবে আহমেদাবাদ, বেংগালুৰু, চেন্নাই, দিল্লী, ধৰ্মশালা, গুৱাহাটী, হায়দৰাবাদ, কলকাতা, লক্ষ্ণৌ, ইন্দোৰ, ৰাজকোট, আৰু মুম্বাইকে ধৰি সমগ্ৰ ভাৰতৰ বাৰখন চহৰক সম্ভাৱ্য আয়োজক

বাগেস্বৰ ধামৰ বাবা ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীক সাক্ষাত্‍ কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ৱ শৰ্মাই

বাগেস্বৰ ধামৰ বাবা ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীক সাক্ষাত্‍ কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ৱ শৰ্মাই

বহুচৰ্চিত আচাৰ্য ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰী গুৱাহাটীত। দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিছে মহাৰাষ্ট্ৰৰ বাগেশ্বৰ ধামৰ ধীৰেন্দ্ৰ শাস্ত্ৰী। চাৰ্টাৰ বিমানযোগে বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈছে

অসমলৈ দুদিনীয়াকৈ আহিছে বাগেশ্বৰ বাবা, পুৱা কামাখ্যা মন্দিৰ দৰ্শন কৰিলে বাগেশ্বৰ বাবাই

অসমলৈ দুদিনীয়াকৈ আহিছে বাগেশ্বৰ বাবা, পুৱা কামাখ্যা মন্দিৰ দৰ্শন কৰিলে বাগেশ্বৰ বাবাই

অসমলৈ দুদিনীয়াকৈ আহিছে বাগেশ্বৰ বাবা। পুৱা কামাখ্যা মন্দিৰ দৰ্শন কৰিলে বাগেশ্বৰ বাবাই। মঙলবাৰে মহাৰাষ্ট্ৰৰ পৰা আহি গুৱাহাটীত উপস্থিত হৈছিল ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰী ওৰফে বাগেশ্বৰ বাবা।