এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে মেঘালয়ত। মেঘালয়ৰ নংপোত সংঘটিত হোৱা এই পথ দুৰ্ঘটনাত বহু লোক আহত হৈছে। অৱশ্যে আহত লোকসকলৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে।আহতসকলক নিশাই স্থানীয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। এখন নৈশ বাছ নিয়ন্ত্ৰণহীন হৈ পথৰ পৰা বাগৰি পৰাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হৈছে। বাছখনৰ নম্বৰ এ
Month: March 2023
এবছৰৰ ভিতৰত ৰাজ্যত বিক্ৰী হ’ল ২১ খনকৈ চাহ বাগিছা । এই তথ্য প্ৰকাশ কৰিলে শ্ৰম কল্যাণ বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণে । মন্ত্ৰী গৰাকীয়ে সদৰি কৰা মতে, বিগত সময়ছোৱাত ওদালগুৰি জিলাৰ বাদলাপাৰা চাহ বাগিছা বিক্ৰী হোৱাৰ সমান্তৰলৈ শোণিতপুৰ জিলাৰ বেলিছিৰ চাহ বাগিছা, শিংৰী চাহ বাগিছা, বৰজুলি চাহ বাগিছা, ঘৈৰালী চাহ বাগিছা,
বতৰ বিজ্ঞান কেন্দ্ৰৰ আগলি বতৰা অনুসৰি আগন্তুক দুদিনত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ বেছিভাগ ঠাইতে পাতলীয়া আৰু মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৷ বৰষুণৰ সমান্তৰালকৈ অসম আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানত বজ্ৰপাতৰ সম্ভাৱনাৰ কথাও ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই । আনহাতে মঙলবাৰৰ দিনটোত অসম, অৰুণাচল প্ৰদেশ
পঞ্জাৱৰ পৰা ডিব্ৰুগড় কেন্দ্রীয় কাৰাগাৰলৈ পুনৰ অনা হৈছে ৱাৰিছ পঞ্জাৱ দে’ৰ প্ৰমুখ্য অমৃতপাল সিঙৰ খুড়াক হৰজিৎ সিঙক । হৰজিৎ সিঙৰ সৈতে ব্যক্তিগত গাড়ীচালকজনকো অনাৰ খবৰ এতিয়াও নিশ্চিত হোৱা নাই। গুৱাহাটীৰ পৰা স্থলপথেৰে ডিব্ৰুগড়ৰ কেন্দ্রীয় কাৰাগাৰলৈ কঠোৰ নিৰাপত্তাৰ মাজত অনা হয় হৰজিৎ সিঙক। হৰজিৎ সিঙৰ লগত পঞ্জাৱ আৰক্ষীৰ এটা দলো আহিছে।
হিমাই মহাৰাষ্ট্ৰৰ নিকটতম প্ৰতিদ্বন্দ্বী ঐশ্বৰ্য কৈলাস মিশ্ৰ (২৪.৮১) আৰু কেৰালাৰ ভি কে বিস্মায়া (২৪.৮২)ক পিছ পেলাই সোণৰ পদক অৰ্জন কৰে। তিৰুৱনন্তপুৰমৰ লক্ষ্মীবাই নেচনেল কলেজ অৱ ফিজিকেল এডুকেচনত অনুষ্ঠিত ভাৰতীয় গ্ৰেণ্ড প্ৰিক্স-১ এথলেটিকছ ইভেণ্টত হিমা দাসে ২০০ মিটাৰ দৌৰত যথেষ্ট সহজে ২৩.৭৯ ছেকেণ্ডত জয়লাভেৰে স্বৰ্ণপদক অৰ্জন কৰে। হিমাই মহাৰাষ্ট্ৰৰ নিকটতম প্ৰতিদ্বন্দ্বী