Month: March 2023

ৰাজ্যত সুৰা বিক্ৰীত অভিলেখ !

ৰাজ্যত সুৰা বিক্ৰীত অভিলেখ !

বিধানসভাৰ তথ্যত ৰাজ্যত উৰ্ধগামী আবকাৰী ৰাজহ। ৰাজ্যত সুৰাপাণ কৰা লোকৰ সংখ্যা বাঢ়িছে বুলি ঠাৱৰ কৰিব পৰাকৈ বিধানসভাত এক তথ্য দিছে আবকাৰী বিভাগে ৷ কংগ্ৰেছ বিধায়ক বসন্ত দাসৰ এক প্ৰশ্নৰ উত্তৰত এই তথ্য প্ৰকাশ কৰিছে উক্ত বিভাগটোৱে ৷ বিধানসভাত আবকাৰী বিভাগে দাখিল কৰা তথ্য অনুসৰি বৰ্তমান অসমত বিলাতী সুৰাৰ দোকান (

বিধানসভাত বাজেট দাখিল বিত্তমন্ত্ৰী অজন্তা নেওগৰ….

বিধানসভাত বাজেট দাখিল বিত্তমন্ত্ৰী অজন্তা নেওগৰ….

বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে আজি দাখিল কৰে ২০২৩–২৪ বিত্তীয় বৰ্ষৰ বাজেট। এই বাজেটখন একত্ৰীকৰণ আৰু সম্প্ৰসাৰণ বিষয়ক বাজেট বুলি উল্লেখ কৰে বিত্তমন্ত্ৰীয়ে। চৰকাৰৰ অবিৰত প্ৰচেষ্টাৰ ফলস্বৰূপে ৰাজ্যখনৰ অৱস্থাৰ উল্লেখযোগ্যভাৱে উন্নতি ঘটিছে বুলি বাজেট ভাষণত উল্লেখ। মুঠ ঘৰুৱা উৎপাদন– ৫.৫০ লাখ কোটি টকাৰ সীমা অতিক্ৰম কৰাৰ লগে লগে ২০২৩–২৪ বৰ্ষত এক

ৰাজ্যত প্ৰচণ্ড ধুমুহা-বৰষুণ। এই পৰ্যন্ত বজ্ৰ পৰি ৪জনৰ মৃত্যু

ৰাজ্যত প্ৰচণ্ড ধুমুহা-বৰষুণ। এই পৰ্যন্ত বজ্ৰ পৰি ৪জনৰ মৃত্যু

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যৰ কিছু কিছু ঠাইত আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত ৪০/৫০ কিলোমিটাৰ গতিবেগত ধুমুহাৰ লগতে শিলাবৃষ্টিৰ সতৰ্কবাণী বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ। কিছু কিছু ঠাইত বৰষুণ হোৱাৰ যথেষ্ট সম্ভাৱনা আছে যদিও কিছু ঠাইত থাকিব বিজুলী ঢেৰেকনি বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে কাইলৈ ধুমুহাৰ পৰিমাণ কিছু ঠাইত হ্ৰাস পাব,

বঙাইগাঁও জিলাৰ চুকানীত শোকাৱহ ঘটনা। বজ্ৰ পৰি কৰুণভাৱে মৃত্যুক আকোঁৱালি ল’লে দুজনকৈ কলেজীয়া ছাত্রই

বঙাইগাঁও জিলাৰ চুকানীত শোকাৱহ ঘটনা। বজ্ৰ পৰি কৰুণভাৱে মৃত্যুক আকোঁৱালি ল’লে দুজনকৈ কলেজীয়া ছাত্রই

বঙাইগাঁও জিলাৰ চুকানীত শোকাৱহ ঘটনা। বজ্ৰ পৰি কৰুণভাৱে মৃত্যুক আকোঁৱালি ল’লে দুজনকৈ কলেজীয়া ছাত্রই বঙাইগাঁওৰ চুকানীত শোকাৱহ ঘটনা বজ্ৰ পৰি মৃত্যু দুজনকৈ যুৱকৰ চুকানী ৰাসবজাৰত এই শোকাৱহ ঘটনা বজাৰলৈ গৈ থকা অৱস্থাত এই শোকাৱহ ঘটনা যুৱক দুজনৰ নাম দ্বীপজ্যোতি ৰায় (২০) আৰু জিন্তু কুমাৰ ৰায়(১৯) দুয়োজনৰ ঘৰ চুকানীত