Month: March 2023

যৌৱন ধৰি ৰখাৰ বাবে গাখীৰৰ সৈতে নহৰু খাওক

যৌৱন ধৰি ৰখাৰ বাবে গাখীৰৰ সৈতে নহৰু খাওক

নহৰুৰ সৈতে গাখীৰ খোৱাটো শুনিবলৈ আচৰিত যেন লাগিলেও গাখীৰৰ সৈতে নহৰুৰ ৰস মিহলাই খালে যৌৱন অটুট থাকে৷ বহুতেই গাখীৰৰ সৈতে পিঁয়াজ বা নহৰু খোৱাৰ কথা ক’লেই নাক কোচায়৷ বহুতে ভাবে গাখীৰৰ সৈতে নহৰু-পিঁয়াজ একেবাৰে নিমিলে৷ কিন্তু শেহতীয়া এক সমীক্ষাত প্ৰকাশ পাইছে যে গাখীৰ আৰু নহৰু একেলগে খালে স্বাস্থ্যৰ বাবে অতি

প্ৰশ্নকাকত ফাদিলঃ এতিয়ালৈকে গ্ৰেপ্তাৰ ১৪জন !

প্ৰশ্নকাকত ফাদিলঃ এতিয়ালৈকে গ্ৰেপ্তাৰ ১৪জন !

মেট্ৰিক পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ প্রশ্নকাকত ফাদিল কেলেংকাৰীত এতিয়ালৈকে অপৰাধ অনুসন্ধান শাখা চমুকৈ চি আই ডি য়ে গ্ৰেপ্তাৰ কৰিছে ১৪ জনক । ডিব্ৰুগড়ৰ আগশাৰীৰ শিক্ষানুষ্ঠান ছল্ট ব্রুক একাডেমীৰ পৰা ছজনক ,তিনিচুকীয়াৰ পৰা দুজন সহ চাৰিজনৰ লগতে গুৱাহাটী মহানগৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে এগৰাকী প্ৰধানশিক্ষয়িত্ৰী সহ জনক তিনিজনক। আনহাতে আন এখন শিক্ষানুষ্ঠান ব্ৰহ্মপুত্ৰ ভেলীৰ

মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত চাৰিদুৱাৰত এজনক আটক!

মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত চাৰিদুৱাৰত এজনক আটক!

মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত চাৰিদুৱাৰত এজনক আটক ৷  CIDৰ নিৰ্দেশত চাৰিদুৱাৰ আৰক্ষীয়ে আটক কৰিছে যুৱকজনক ৷  আটকাধীন যুৱকজন ছাৰিফুল ইছলাম৷  চাৰিদুৱাৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি গুদামঘাট ৰ পৰা আটক ছাৰিফুলক ৷  নিশা আটক কৰিছে চাৰিদুৱাৰ আৰক্ষীয়ে ৷ ছাৰিফুলৰ ঘৰ বৰঘাটৰ পুংপানীত বুলি জানিব পৰা গৈছে৷

বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট! ৰাজ্যত হ’ব প্ৰৱল বৃষ্টিপাত, ধুমুহা…

বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট! ৰাজ্যত হ’ব প্ৰৱল বৃষ্টিপাত, ধুমুহা…

আগন্তুক ৩-৪ দিনলৈ হ’ব ৰাজ্যত ধাৰাসাৰ বৰষুণ। এই তথ্য দিছে বতৰ বিজ্ঞান কেন্দ্ৰ, গুৱাহাটীয়ে । বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে ১৫ মাৰ্চৰ পৰা ১৮ মাৰ্চলৈ ৰাজ্যত প্ৰচুৰ বৰষুণৰ লগতে ধুমুহা-বজ্ৰপাত,শিল বৰষুণ অহাৰ সম্ভাৱণা আছে। ১৫ মাৰ্চত এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। বতৰ বিজ্ঞান অনুসৰি আজি ৰাজ্যৰ বিভিন্ন স্থানত প্ৰচুৰ বৃষ্টিপাত

গুৱাহাটী মহানগৰীত কিমান সুৰক্ষিত যুৱতী-মহিলা?

গুৱাহাটী মহানগৰীত কিমান সুৰক্ষিত যুৱতী-মহিলা?

চৰকাৰ-প্ৰশাসনে যিমানেই ঢাক-ঢোল বজালেও এতিয়াও যেন সুৰক্ষাৰ ফালৰ পৰা বহু পিছ পৰি আছে গুৱাহাটী মহানগৰী। কটকটীয়া নিৰাপত্তা বেষ্টনিৰে সজ্জিত মহানগৰীত এতিয়াও ৰাজপথত নিৰাপত্তাহীনতাত একাংশ মহিলা-যুৱতি। আজিৰ পৰা কেইদিন মান পূৰ্বে এগৰাকী যুৱতীয়ে ছ’চিয়েল মিডিয়াত তেওঁক এজন অচিনাকি লোকে পিছা কৰাৰ তথ্যসহ প্ৰমাণ দিয়াৰ পাছতে পুনৰবাৰ যেন প্ৰমাণিত হৈছে গুৱাহাটী মহানগৰীত