শৰীৰ স্বাস্থ্যৱান কৰি ৰাখিবলৈ সাধাৰণতে অত্যাৱশ্যকীয় পুষ্টিৰ প্ৰয়োজন হয়। আৰু যিকোনো এটা পুষ্টিৰ অভাৱৰ বাবে, বিভিন্ন ৰোগ হ’ব পাৰে। উদাহৰণ স্বৰূপে, যদি শৰীৰত ভিটামিন বি ১২-ৰ অভাৱ হয়, স্নায়বিক দুৰ্বলতা হয়। ফলস্বৰূপে, হাতবোৰ জঠৰ হৈ পৰে আৰু এক জিনজিননি অনুভৱ হয়। ইয়াৰ বাহিৰেও, আন বহুতো সমস্যা থাকিব পাৰে। অৱশ্যে, কেইটামান
Month: March 2023
আপুনি প্ৰায়ে দেখা পায় যে বাইক বা গাড়ী বা চলন্ত বাহনৰ পিছফালে কুকুৰ দৌৰে। ইয়াৰ বাবে বহু সময়ত ভাৰসাম্য হেৰাই যায় আৰু দুৰ্ঘটনাও ঘটে। কিন্তু ইয়াৰ কাৰণ জানেনে? কুকুৰ সাধাৰণতে বেছিভাগ মানুহৰে বন্ধুত্বপূৰ্ণ। কিন্তু হঠাতে তেওঁলোক গাড়ীত বহি থকা মানুহবোৰৰ প্ৰধান শত্ৰু হৈ পৰে। বহু সময়ত কুকুৰে গাড়ীৰ পিছে পিছে
হাইস্কুল শিক্ষান্ত পৰীক্ষাক লৈ নিতৌ ন ন তথ্য পোহৰলৈ আহিছে। এটাও পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰিব নোৱাৰা ছেবা কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে ছাত্ৰ-ছাত্ৰী। লগতে ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ ওপৰত আস্থা হেৰুৱাই পেলোৱাৰ উপক্ৰম হৈছে। এই বিষয়কলৈ চি আই দিয়ে উচ্চ পৰ্যায়ৰ তদন্ত অব্যাহত ৰাখিছে৷ ইয়াৰ মাজতে প্ৰশ্ন কাকত ফাদিলকলৈ ডিব্ৰুগড়ৰৰ ছল্টব্ৰুক
আজিৰে পৰা কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ হ’ল নিকু প্ৰথমবাৰলৈ ইউনিফর্ম পিন্ধি নিকু আৰু ভাতৃ গ’ল স্কুললৈ দুচকুত সপোনৰ ছবি আঁকি USTMত নতুন খোজ শিলসাঁকোৰ উচ্ছেদিত শিশু নিকুমণি কলিতাৰ…
ধেমাজিৰ এজন ছাত্ৰৰ বিস্ফোৰক স্বীকাৰোক্তিয়ে এতিয়া অধিক অস্বস্তিৰ মাজলৈ ঠেলি দিছে ছেবা আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুক। উল্লেখযোগ্য যে, এই ছাত্ৰগৰাকীয়ে ধেমাজিৰ যোৰকটাৰ এটা পৰীক্ষা কেন্দ্ৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। গণিত বিষয়ক পৰীক্ষাৰ দিনা নকল কৰাৰ অপৰাধত ছাত্ৰজনক বহিষ্কাৰ কৰা হৈছিল পৰীক্ষাৰ পৰা। সেই বহিষ্কৃত ছাত্ৰজনৰ স্বীকাৰোক্তি মতে তেওঁ পেৰেণ্টছ