Month: April 2023

গুৱাহাটী পৌৰ নিগমৰ আপৰ পাৰিষদ মাছুমা বেগমৰ গুৱাহাটীবাসীলৈ কৃতজ্ঞতা

গুৱাহাটী পৌৰ নিগমৰ আপৰ পাৰিষদ মাছুমা বেগমৰ গুৱাহাটীবাসীলৈ কৃতজ্ঞতা

গুৱাহাটী পৌৰ নিগমৰ পাৰিষদ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা এবছৰ সম্পূৰ্ণ হোৱাৰ প্ৰেক্ষাপটত ৪২ নং ৱাৰ্ডৰ আম আদমি পাৰ্টীৰ পাৰিষদ মাছুমা বেগমে সমূহ গুৱাহাটীবাসীলৈ কৃতজ্ঞতা জ্ঞাপন কৰে। দলটোৰ ৰাজ্যিক কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি মাছুমা বেগমে কয় যে যোৱা বছৰটোত তেওঁৰ ৱাৰ্ডৰ উন্নয়নৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা হৈছে। কৃত্ৰিম বানত

এনে স্বভাবৰ ব্যক্তি কেতিয়ােও ধনী হব নোৱাৰে…

এনে স্বভাবৰ ব্যক্তি কেতিয়ােও ধনী হব নোৱাৰে…

প্ৰিয় পাঠকসকল আজি আমি জানো আহঁক হিন্দী সাহিত্যৰ প্ৰসিদ্ধ কবি তুলসী দাসে কোৱা কিছু কথা। তুলসী দাসে এনে কিছু ব্যক্তিৰ বিষয়ে কৈ গৈছে যি ব্যক্তি জীৱনত ধনী হ’ব নোৱাৰে। ৰাম চৰিত্ৰ মানসত ৰাম আৰু ৰামায়ণত বহুত কথা উল্লেখ আছে।এই কথাবোৰ এনেকুৱা যে, যি ব্যক্তিয়ে এই কথাবোৰ মানে তেওঁৰ জীৱন সুখ

অজানিতে আপুনিও কৰি আছে নেকি এই সমূহ ভুল…

অজানিতে আপুনিও কৰি আছে নেকি এই সমূহ ভুল…

আজি আমি আপোনালোকক ক’বলৈ লৈছোঁ তুলসী দেৱীৰ পূজা-অৰ্চনাৰ কিছুমান মহত্বপূৰ্ণ কথা। আজি আমি আপোনালোকক জনাম যে তুলসী দেৱীক পূজা কৰা পাছত কি কৰিব নালাগে, তুলসী দেৱীক পূজা কৰোঁতে কি কি কথাত সাৱধান হ’ব লাগে। তেওঁৰ পূজা-অৰ্চনা কেনেকৈ কৰিব লাগে আৰু কেনেকৈ কৰিব নালাগে এই বিষয়ে – ১ঃ তুলসী গছজোপাক কেতিয়াও

জালুকবাৰীৰ সুধাকণ্ঠ ভূপেন হাজৰিকা সমাধিক্ষেত্ৰত বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ কৰুণ মৃত্যু

জালুকবাৰীৰ সুধাকণ্ঠ ভূপেন হাজৰিকা সমাধিক্ষেত্ৰত বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ কৰুণ মৃত্যু

জালুকবাৰীস্থিত সুধাকণ্ঠ ভূপেন হাজৰিকা সমাধিক্ষেত্ৰত অঘটন। সমাধিক্ষেত্ৰৰ পানীৰ ফাউন্টেইনত বিদ্যুৎস্পৃষ্ট হৈ এজন যুৱকে সাৱটি লয় কৰুণ মৃত্যু। মৃত্যুবৰণ কৰা যুৱকজন পাণ্ডু বিবিচি কলনীৰ শুভম ৰয় বুলি তথ্যত প্ৰকাশ। জানিব পৰা মতে, পৰিয়ালৰ সৈতে সমাধিক্ষেত্ৰ দৰ্শন কৰিবলৈ আহিছিল যুৱকজন। সেই সময়ছোৱাতে সমাধিক্ষেত্ৰৰ পানীৰ ফাউন্টেইনত হঠাৎ বিদ্যুৎস্পৃষ্ট হৈ আঘাতপ্ৰাপ্ত হয়।  যুৱকজনক ততাতৈয়াকৈ

বাতিল কৰা হ’ল এনাৰ্জি ড্ৰিংক বৰ্ণভিটাৰ বিজ্ঞাপন ,কিন্তু কিয়?

বাতিল কৰা হ’ল এনাৰ্জি ড্ৰিংক বৰ্ণভিটাৰ বিজ্ঞাপন ,কিন্তু কিয়?

কিছুদিনৰ আগতে, এজন ছ’চিয়েল মিডিয়া ইনফ্লুয়েন্সাৰে এক চাঞ্চল্যকৰ দাবী কৰিছিল যে এনাৰ্জি ড্ৰিংক বৰ্ণভিটাত (Bournvita)অস্বাস্থ্যকৰ উপাদান আছে। তাৰ পাছতেই অভিভাৱকৰ আলোচনাৰ বিষয় বস্তু হৈ পৰে বৰ্ণভিটা।এনে পৰিস্থিতিত হস্তক্ষেপ কৰে ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগে (NCPCR) । তৎক্ষণাৎ এই এনাৰ্জি ড্ৰিংকৰ বিজ্ঞাপন বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে ।একে সময়তে, এসপ্তাহৰ ভিতৰত