চাপৰৰ ছছলাপাৰা গাঁৱত নৃশংষ হত্যাকাণ্ড। জন্মাদাতা পিতৃক হত্যা কৰিলে তিনি পুত্ৰয়। প্ৰাণৰ মমতাত দৌৰি পলাবলৈ চেষ্টা কৰে যদিও খেদি খেদি গাঁৱৰ এঘৰ পৰিয়াল চতালত ঘপিয়াই হত্যা কৰে নিজ পিতৃ ছপিয়াল আলীক। হত্যাকাণ্ড সংঘটিত কৰি তিনি পুত্ৰৰ পলায়ন। পাৰিবাৰিক কন্দলৰ চৰম পৰিণতি। জগণ্য, পাশৱিক হত্যাকাণ্ডই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে।
Month: April 2023
এক অচিন সোচৰা ৰোগত আক্রান্ত হৈছে নগাঁৱৰ বিভিন্ন জিলাৰ বিভিন্ন প্ৰান্তৰ গো-ধন । এই বিষয়টোৱে স্বাভাৱিকতে চিন্তিত কৰি তুলিছে পশুপালক সকলক । বিশেষকৈ বামুণী অঞ্চলৰ দলৈগাঁৱৰ বহুকেইজন পশুপালকৰ গো-ধন এই সোচৰা বেমাৰত আক্রান্ত হৈ মৃত্যুমুখতো পৰিছে । পশু চিকিৎসকৰ ভাষাত গো-ধনৰ এই বেমাৰটোৰ নাম “লাম্পি স্কিন ডিজিজ” চমুকৈ এল এছ
নিউজ ব্যুৰ’,নগাঁও,২৬এপ্ৰিল:–বনৰজাক সুৰক্ষাৰ বাবে নগাঁও জিলাৰ কলিয়াবৰৰ দুটাকৈ পথত জাৰি কৰা হৈছে ১৪৪ ধাৰা ।এইবাৰ বনৰজাক সুৰক্ষাৰ বাবে দুটাকৈ পথত ১৪৪ ধাৰা জাৰি কৰা পথ দুটি হৈছে কলিয়াবৰ চাহ বাগিচাৰ মাজেদি যোৱা শিলঘাট-কামাখ্যা মন্দিৰ- সোণাৰী গাঁও সংযোগী গড়কাপ্তানি পথ আৰু ত্ৰিশূলধাৰী পথ । কলিয়াবৰ মহকুমা প্ৰশাসনে বিয়লি ৪ বজাৰ পৰা
GUWAHATI, 25th April 2023: Researchers at the Indian Institute of Technology Guwahati have developed liquid marbles using nano clay that can be pre-programmed for drug deliveryand cascade chemical reactions. Conventionally for treating any disease we take medicines in the form of tablets, capsules, syrups, ointments, etc. A controlled drug delivery system is a more efficient
নিউজ ব্যুৰ’,নগাঁও,২৪এপ্ৰিল:–নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ ৰাইডঙীয়া অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ে চলিত বৰ্ষত পয়সত্তৰ বছৰত ভৰি দিলে । এই গৌৰৱোজ্জ্বল পঞ্চসপ্ততিতম বৰ্ষ উপলক্ষে বিদ্যালয়খনৰ মহাৰজত জয়ন্তী উৎসৱটি বৰ্ষযোৰা কাৰ্যসূচীৰে আয়োজন কৰা হৈছে । ইয়াৰ অংশ হিচাপে প্ৰথম কাৰ্যসূচী সোমবাৰে আৰম্ভ হয় । মহাৰজত জয়ন্তীৰ প্ৰথম