25.7 C
Assam
Tuesday, May 30, 2023

Featured News

প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিলে উত্তৰ-পূবৰপ্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ!

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে উত্তৰ-পূবৰপ্ৰথমখন বন্দে...

জালুকবাৰীৰ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে AECৰ ৭ ছাত্ৰৰ।

মহানগৰীৰ জালুকবাৰীত নিশা সংঘটিত হ’ল এক...

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

চাপৰ: জন্মাদাতা পিতৃক হত্যা কৰিলে তিনি পুত্ৰয়

Assamese Newsচাপৰ: জন্মাদাতা পিতৃক হত্যা কৰিলে তিনি পুত্ৰয়

চাপৰৰ ছছলাপাৰা গাঁৱত নৃশংষ হত্যাকাণ্ড।

জন্মাদাতা পিতৃক হত্যা কৰিলে তিনি পুত্ৰয়।

প্ৰাণৰ মমতাত দৌৰি পলাবলৈ চেষ্টা কৰে যদিও খেদি খেদি গাঁৱৰ এঘৰ পৰিয়াল চতালত ঘপিয়াই হত্যা কৰে নিজ পিতৃ ছপিয়াল আলীক।

হত্যাকাণ্ড সংঘটিত কৰি তিনি পুত্ৰৰ পলায়ন।

পাৰিবাৰিক কন্দলৰ চৰম পৰিণতি।

জগণ্য, পাশৱিক হত্যাকাণ্ডই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে।

ঘটনাস্থলীত উপস্থিত আৰক্ষী তদন্ত অব্যাহত।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!