ঈদৰ বজাৰ কৰিবলৈ এৰি টিনপাত ক্ৰয় কৰিবলৈ হেতাওপৰা লাগিছে ৰঙিয়াত । এদিনৰ ভিতৰতে নিজ ময়মতালিৰে অত্যাধিক হাৰত টিনপাতৰ দাম বৃদ্ধি কৰিছে টিনপাতৰ ব্যৱসায়ীসকলে । সকলো দেখি, শুনিও অধিক মূল্যত টিনপাত ক্ৰয় কৰিবলৈ বাধ্য হৈছে ৰঙিয়াৰবাসী । কিয়নো এদিন পূৰ্বে হঠাৎ অহা বৰদৈচিলা আৰু শিলাবৃষ্টিয়ে ৰঙিয়াৰ ধুহিবালা, ডিমু, বালিসত্ৰ, কেন্দুকোনা, বালিসত্ৰ,
Month: April 2023
দৰঙৰ দলগাঁৱৰ চকৰাগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা। শুকুৰবাৰে সংঘটিত হৈছে এই পথ দুৰ্ঘটনা। তীব্রবেগী বলেৰ’ পিকআপ ভানে মহটিয়ালে গেলামালৰ দোকান। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত বাহনখনৰ চালক ভৃগু ডেকা। আহত দোকানখনৰ মালিক দিলদাৰ হকো। ঘটনাস্থলীত উপস্থিত আৰক্ষী।
হিন্দু ধৰ্মগ্ৰন্থত কেৱল পূজাৰ পাঠেই নহয়, প্ৰায় সকলো কামৰ বাবে প্ৰয়োজনীয় নিয়ম আৰু দিনৰ কথাও উল্লেখ কৰা হৈছে। এই নিয়ম মানি চলিলেহে সুখ-সমৃদ্ধি ঘৰত থাকে। হিন্দু ধৰ্মত ঘৰৰ নাৰীক ঘৰৰ লক্ষ্মী বুলি গণ্য কৰা হয়। ঘৰৰ সুখ আৰু সমৃদ্ধি ঘৰৰ লক্ষ্মী অৰ্থাৎ নাৰীৰ লগত জড়িত। এনে পৰিস্থিতিত ঘৰৰ মহিলাসকলে শাস্ত্ৰত
জখলাবন্ধাৰ আমগুৰিত টেংকাৰ-বাইকৰ মুখামুখি সংঘৰ্ষ। শুকুৰবাৰে দিনৰ ভাগত সংঘটিত হয় এই দুৰ্ঘটনা। থিতাতে নিহত বাইক আৰোহী আতাবুৰ ৰহমান। গুৰুতৰভাৱে আহত আন এজন বাইক আৰোহী। আহত ইছমাইল আলীক উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্রেৰণ। ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী।
কামৰূপ আৰু ৰঙিয়া আৰক্ষীয়ে এক অভিযান চলাই বুধবাৰে সন্ধিয়াৰ ভাগত নামনি মূৱা লোকমান্য তিলক নামৰ এক্সপ্ৰেছ ৰেলগাড়ী খনৰ পৰা এজন যুৱকক হেৰ’ইন সহ আটক কৰিবলৈ সক্ষম হয় । আটকাধীন যুৱকজন বৰপেটা ৰো’ডৰ জয়পুৰ জয়চাটি গাওঁৰ চুমেদ আলী বুলি জানিব পৰা গৈছে । অসম আৰক্ষীৰ (হেডকোৱাটাৰ ) এ চি পি কল্যাণ