Month: April 2023

ৰহাত হেৰ’ইনসহ আটক দুজন…

ৰহাত হেৰ’ইনসহ আটক দুজন…

নিষিদ্ধ দ্ৰব্যক লৈ ৰাজ্যত বৰ্তমানেও অব্যাহত আছে আৰক্ষীৰ অভিযান ৷ জব্দ কৰা হৈছে হিৰইনসহ দুগৰাকীক৷ চাপৰমুখত চাপৰমুখ আৰক্ষীৰ নিয়মীয়া তালাচিত ৮ টা কন্টেনাৰত ৫.৩৯ গ্ৰাম হেৰ’ইনসহ আৰক্ষীয়ে আটক কৰে কচুৱাৰ এহাল দম্পতিক। কৰ্মক্ষেত্ৰ ডিমাপুৰৰ পৰা ৰেলেৰে আহি চাপৰমুখ জংচনৰ পৰা নিজ ঘৰলৈ ৰাওনা হওতেই নিয়মীয়া তালাচিত আটক কৰে দুয়োজনক ৷

অষ্ট্ৰেলিয়াৰ প্ৰখ্যাত বিশ্ববিদ্যালয়ত অন্নদা গোঁহাইৰ নাম চিৰযুগমীয়া কৰাৰ প্ৰয়াস…

অষ্ট্ৰেলিয়াৰ প্ৰখ্যাত বিশ্ববিদ্যালয়ত অন্নদা গোঁহাইৰ নাম চিৰযুগমীয়া কৰাৰ প্ৰয়াস…

এগৰাকী অসমীয়াই গৌৰৱান্বিত কৰিলে অসমৰ লগতে ভাৰতবাসীক ৷ এইগৰাকী অসমীয়া নাৰীৰ নাম চিৰদিনৰ বাবে খোদিত হ’ব বিশ্বৰ অন্যতম এখন প্ৰখ্যাত বিশ্ববিদ্যালয়ত ।বিশ্ববিদ্যালয়খনে এই কথা ঘোষণা কৰাৰ পাচতে উৎফুল্লিত হৈ পৰিছে অসমবাসী ৷ বিশ্বৰ এখন প্ৰখ্যাত বিশ্ববিদ্যালয় হ’ল ইউনিভাৰ্চিটি অব্ নিউ ছাউথ ৱেলচ্ ৷ অষ্ট্ৰেলিয়াৰ কেনছিংটনত (Kensington) অৱস্থিত বিশ্ববিদ্যালয়খন এখন সম্ভ্ৰান্ত