Month: April 2023

ওদালগুৰি জিলা কাৰাগাৰৰ পৰা কয়দীৰ পলায়ন…

ওদালগুৰি জিলা কাৰাগাৰৰ পৰা কয়দীৰ পলায়ন…

ওদালগুৰি জিলা কাৰাগাৰৰ পৰা আৰক্ষীৰ নাকৰ তলেৰে কয়দীৰ পলায়ন । পহিলা ব’হাগ উপলক্ষে ওদালগুৰি জিলা কাৰাগাৰৰ ওখ চাৰিবেৰৰ ভিতৰত থকা বাহিৰৰ চোতালৰ মন্দিৰত এখন শৰাই দিছিল জিলা কাৰাগাৰ কতৃপক্ষই । উক্ত অনুষ্ঠানত কাৰাগাৰ কতৃপক্ষৰ লগতে কয়দীসকলেও অংশগ্ৰহণ কৰে । সকলোৰে লগতে ২০১১ চনত হত্যাকাণ্ডৰ গোচৰত ওদালগুৰি চেচন আদালতে দোষী সাব্যস্ত

নিউজিলেণ্ডত ৰঙালী বিহু উদযাপন

নিউজিলেণ্ডত ৰঙালী বিহু উদযাপন

সাত সাগৰ তেৰ নদীৰ সিপাৰে কৰ্মসূত্ৰে নিউজিলেণ্ডত থকা প্ৰৱাসী অসমীয়াই আজি উলহ মালহেৰে পালন কৰিলে হেপাহৰ ৰঙালী বিহু৷ অসম ছোচাইটী অফ নিউজীলেণ্ডৰ উদ্যোগত আজি ৱেলিংটন চহৰৰ লোৱাৰ হাটত বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয় অসমৰ বাপতি সাহন ৰঙালী বিহু ৷ আদৰণি ভাষণেৰে ৰঙালী বিহুৰ কাৰ্যসূচী শুভাৰম্ভ কৰে অসম ছোচাইটী অফ নিউজিলেণ্ডৰ

ৰমজান মাহ উপলক্ষে স্বজল ফাউণ্ডেচনৰ বস্ত্ৰ তথা খাদ্য সামগ্ৰী বিতৰণ

ৰমজান মাহ উপলক্ষে স্বজল ফাউণ্ডেচনৰ বস্ত্ৰ তথা খাদ্য সামগ্ৰী বিতৰণ

প্ৰতি বছৰৰ দৰে এইবাৰো নিয়মীয়াভাৱে ৰমজান মাহ উপলক্ষে স্বজল ফাউণ্ডেচনৰ উদ্যোগত খাদ্য তথা বস্ত্ৰ বিতৰণ। বিগত কিছুদিন ধৰি ফাউণ্ডেচনটোৰ মুখ্য তথা শ্ৰীৰামপুৰ পৰিষদৰ পাৰিষদ স্বজল কুমাৰ সিংহই নিজ সমষ্টিৰ ভিন্ন অঞ্চলত বসবাস কৰা ৰাইজলৈ বিতৰণ কৰি আহিছে ইফতাৰৰ সামগ্রী তথা বস্ত্ৰ। একেদৰে আজি হাউৰীয়াপেট ভিচিডিচিৰ অন্তৰ্গত ১ আৰু 2 নং

ওদালগুৰিৰ হাতীগড়ত ওড়িয়া জনগোষ্ঠীয় লোকসকলৰ দণ্ড যাত্ৰা উদযাপন

ওদালগুৰিৰ হাতীগড়ত ওড়িয়া জনগোষ্ঠীয় লোকসকলৰ দণ্ড যাত্ৰা উদযাপন

ওদালগুৰিৰ ভেলাকুটীত অৰ্ধ নগ্ন তথা খালী ভৰিৰে জুইৰ ওপৰেৰে সাহসেৰে খোজ কাঢ়িছে এদল লোকে |তেওঁলোকৰ এই সাহসী কাৰ্যক দেখিবলৈ লোকে লোকাৰণ্য হৈ পৰিছে | পিছে কিয় এনেদৰে এই সাহসী কাৰ্য কৰিছে এইসকল লোকে ? এয়া হৈছে ওড়িয়া জনগোষ্ঠীয় লোকসকলৰ অতীতৰে পৰা চলি অহা পুৰণি প্ৰথা | দৰাচলতে ওড়িশাৰ বিভিন্ন অঞ্চল