হিন্দু ধৰ্মত কুকুৰক এটা বুদ্ধিয়ক জন্তু মনা হয় আনকি শাস্ত্ৰত কুকুৰক ভৈৰৱৰ বাহন বুলিও কোৱা হৈছে । ( Assamese Fact ) আকৌ যেতিয়া কুকুৰে ৰাতি কাৰোবাৰ ঘৰৰ সন্মুখত কান্দে তেতিয়া ঘৰৰ ডাঙৰ মানুহে কুকুৰটোক খেদি দিয়ে । আপুনি নিশ্চয় মন কৰিছে কুকুৰৰ এই ৰাতি কন্দা শব্দটোৱে ৰাতি এক ভয়ানক বাতাবৰণৰ
Month: April 2023
সকলোৱে নিশ্চয় তিয়ঁহৰ চালাড খাই পাইছে। তিয়ঁহ সাধাৰণতে প্ৰতিটো ঋতুতে খোৱা হয়। তিয়ঁহ খালে শৰীৰ সতেজ হয় আৰু ই পেট শীতল কৰে। স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে তিয়ঁহৰ লগতে ইয়াৰ বীজবোৰো পুষ্টিৰে সমৃদ্ধ। ইয়াত এণ্টিঅক্সিডেণ্ট, খনিজ আৰু আঁহ প্ৰচুৰ পৰিমাণে থাকে, যি ছাল আৰু চুলিৰ বাবেও যথেষ্ট উপকাৰী বুলি প্ৰমাণিত হয়।
বৰ্তমানৰ সময়ত ডায়েবেটিছ এক অতি সচৰাচৰ সমস্যা হৈ পৰিছে। এইটো লাইষ্টাইলৰ সৈতে হোৱা এটা সমস্যা। ডায়েবেটিছ, প্ৰথমতে জীৱনশৈলী আৰু দ্বিতীয়তে আনুবংশিক কাৰণত হ’ব পাৰে। সেয়েহে ডায়েবেটিছ ৰোগীসকলে আহাৰৰ বিশেষ যত্ন ল’ব লাগে, কিয়নো যদি এনে নকৰে, পিছলৈ শৰীৰত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰাটো অতি কঠিন হ’ব পাৰে। • ৰক্ত শৰ্কৰাৰ স্তৰ
ব্যস্ততাপূৰ্ণ জীৱনৰ বাবে, বৰ্তমান মানুহে নিজৰ স্বাস্থ্যৰ প্ৰতি মনোযোগ দিব নোৱাৰে, এনে পৰিস্থিতিত তেওঁলোকে বহুতো ৰোগৰ সন্মুখীন হ’ব লগা হয়। একে সময়তে, বৰ্তমানক সময়ত, মানুহে এক স্বাস্থ্যৱান জীৱন যাপন কৰিবলৈ পাহৰি গৈছে। যাৰ বাবে শৰীৰে পুষ্টিকৰ খাদ্য লাভ কৰিবলৈ সক্ষম নহয় আৰু শৰীৰ দুৰ্বল হোৱাৰ লগতে ভাগৰুৱা অনুভৱ কৰিব লয়।
ৰঙালী বিহুৰ উচাহ-আনন্দৰ মাজতে অসমলৈ আন এক গৌৰৱৰ বতৰা।এইবাৰ শিক্ষা খণ্ডত সৰ্ব্বভাৰতীয় পৰ্যায়ত গ’ল্ড মেডেল(GOLD MEDAL)লাভ কৰিছে অসম কন্যাই।এইবাৰ Forensic Science and Criminology বিষয়ত সোণৰ পদক লাভ কৰিছে ডিব্ৰুগড়ৰ জীয়ৰী মেৰী শইকীয়া সোণোৱালে।লক্ষ্ণৌৰ বাবা চাহেব ভিমৰাওঁ আম্বেদকাৰ Central Universityৰ পৰা সৰ্বভাৰতীয় পৰ্যায়ত অসম তথা ডিব্ৰুগড়লৈ Forensic Science and Criminologyত স্নাতকোত্তৰ