The Government Railway Police (GRP) on Saturday seized 16 kg of ganja from a train and apprehended two persons in Assam’s Karimganj district. Based on secret information, the GRP personnel launched a search operation at Badarpur railway station in Karimganj district and recovered 16 kg of ganja from a train.
Month: April 2023
প্ৰথম অসমীয়া এমটিভি ৰ’ডি অনামিকা বৰ্মন দাসে অহা ২৯ আৰু ৩০ এপ্ৰিলত চুইজাৰলেণ্ডত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় চুইছ মাচাজ চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলৈ নিৰ্বাচিত হৈছে। উক্ত গ্ৰেণ্ড ইভেণ্টত অসম, উত্তৰ-পূৱৰ লগতে দেশক প্ৰতিনিধিত্ব কৰিব। শনিবাৰে দিশপুৰ প্ৰেছ ক্লাবত এক সংবাদমেল সম্বােধন কৰি এই কথা ব্যক্ত কৰে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ওলোৱা প্ৰথমগৰাকী ভাৰতীয়
মোৰ মিছেছে কৈছে মই দেখিবলৈ হেণ্ডচায হৈছো৷ গালত ৰঙা চাইন আহিছে৷ ফুটবল খেলিবলৈ টিমত স্থান নাপালে ৰূপজ্যোতি কুৰ্মীয়ে৷ যায়ে মোক তেতিয়াই কৈ গৈছে তই হাতীৰ দৰে গৈ থাকিবি কুকুৰে ভুকিবই, তই নামঘৰত গ’লে ভক্তি ভাবেৰে সেৱা কৰিবি, নামঘৰত গৈ আকৌ গার্লফ্ৰেণ্ডৰ কথা চিন্তা কৰি নাথাকিবিঃ ৰূপজ্যোতি কুৰ্মী। মোৰ মিছেছে কৈছে
কামপুৰ থানাৰ অন্তৰ্গত ঘিলানীত শণিবাৰে ৰাইজে তিনিটাকৈ বাইক চোৰক আটক কৰে। ৰাইজে আটক কৰা বাইক চোৰ কেইটা ক্ৰমে ৰচিবুদ্দিন চৌধুৰী, আকাশ দাস আৰু পল্লৱজ্যোতি শৰ্মা। ৰাইজে চোৰ কেইটাৰ পৰা এখন বাইক আৰু এখন চাইকেলও জব্দ কৰে। প্ৰাপ্ত বাতৰি মতে, শণিবাৰে পুৱাৰ ভাগত তিনিওটা চোৰে সন্দেহজনক ভাৱে ঘুৰি ফুৰা দেখি ৰাইজে
ৰাজ্যত সক্ৰিয় হৈ আছে চাইবাৰ অপৰাধী। এজনৰ পাছত আন এজন লোক এনে চাইবাৰ অপৰাধীৰ পাকচক্ৰত পৰি হেৰুৱাইছে ধন। এইবাৰ গুৱাহাটীৰ গীতানগৰৰ এহাল দম্পত্তিয় এনে চাইবাৰ অপৰাধীৰ কৱলত পৰি সাচতীয়া ধন হেৰুৱাবলগীয়া হ’ল। গীতানগৰৰ দীনেশ চন্দ্ৰ দত্ত আৰু তেওঁৰ পত্নীৰ পৰা চাইবাৰ অপৰাধীয়ে সৰকাই নিলে ৭ লাখ ৬১ হাজাৰ টকা। জানিব