Month: April 2023

বিশ্ব স্বাস্থ্য দিৱসত ইউমেটাৰৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা

বিশ্ব স্বাস্থ্য দিৱসত ইউমেটাৰৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা

  বিশ্ব স্বাস্থ্য দিৱসৰ সৈতে সংগতি ৰাখি ইউমেটাৰ আৰু সুৰক্ষা ডায়গ্নষ্টিকে অনুষ্ঠিত কৰিছে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ। আজি দিনৰ ১১ বজাৰ পৰা ২ বজালৈ জয়ানগৰত অনুষ্ঠিত হয় এই বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ। উল্লেখ্য যে এই বিনামূলীয়া স্বাস্থ্য পৰীক্ষা পিতৃ-মাতৃৰ লগতে ৬ৰ পৰা ১৫ বছৰীয়া শিশুক প্ৰদান কৰা হয়। এই বিনামূলীয়া

দৰং গৰিয়া মৰিয়া দেশীৰ সমূহীয়া ইফটাৰ সম্পন্ন

দৰং গৰিয়া মৰিয়া দেশীৰ সমূহীয়া ইফটাৰ সম্পন্ন

ৰোজাই মানুহৰ মাজৰ অসমনতা দূৰ কৰে ৰোগ নিৰ্মূল কৰে,মানুহৰ আয়ুস বঢ়ায় মঙলদৈ,৬ এপ্ৰিল:: সদৌ অসম গৰিয়া দেশী জাতীয় পৰিষদ,দৰং জিলা সমিতিয়ে মঙলদৈ ইয়ুথ ক্লাব প্ৰেক্ষাগৃহত আয়োজন কৰা ৰমজানৰ ৰোজাৰ সমূহীয়া ইফটাৰৰ আজি সফলতাৰে সম্পন্ন হয়। এই উপলক্ষে পৰিষদৰ কেন্দ্ৰীয় উপদেষ্টা তথা দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ চহিৰ ভূঞাৰ

ইণ্ডিয়া ৰেড ক্ৰছ চোছাইটিৰ ৰঙিয়া জিলাৰ সহযোগত উদযাপন কৰা হয় বিশ্ব স্বাস্থ্য দিৱস

ইণ্ডিয়া ৰেড ক্ৰছ চোছাইটিৰ ৰঙিয়া জিলাৰ সহযোগত উদযাপন কৰা হয় বিশ্ব স্বাস্থ্য দিৱস

আজি বিশ্ব স্বাস্থ্য দিৱস । বিশ্ব স্বাস্থ্য দিৱসৰ লগত সংগতি ৰাখি ইণ্ডিয়া ৰেড ক্ৰছ চোছাইটিৰ ৰঙিয়া জিলাৰ সহযোগত ৰঙিয়াতো উদযাপন কৰা হয় বিশ্ব স্বাস্থ্য দিৱস । এই উপলক্ষে ৰঙিয়া প্ৰেছ ক্লাবত এক সজাগতা সভা আৰু বয়োজ্যেষ্ঠ লোকসকলৰ মাজত স্বাস্থ্য শিবিৰৰ আয়োজন কৰে । ৰঙিয়া প্ৰেছ ক্লাবৰ সভাকক্ষত আয়োজন কৰা এই

মৰিগাঁৱৰ ২৩ দিনীয়াকৈ অনুষ্ঠিত হৈছে প্ৰাক্ ৰঙালী বিহুৰ বাণিজ্য মেলা

মৰিগাঁৱৰ ২৩ দিনীয়াকৈ অনুষ্ঠিত হৈছে প্ৰাক্ ৰঙালী বিহুৰ বাণিজ্য মেলা

বিহুৰ সময়ত থলুৱা আত্মসহায় গোট আৰু স্থানীয় ক্ষুদ্ৰ ব্যৱসায়ী সকলক উৎসাহিত কৰাৰ লক্ষ্যৰে মৰিগাঁৱৰ অন্যতম স্বেচ্ছাসেৱী সংগঠনৰ অশ্বথ্ ৰ উদ্যোগত ২৩ দিনীয়াকৈ অনুষ্ঠিত হৈছে প্ৰাক্ ৰঙালী বিহুৰ বাণিজ্য মেলা। মৰিগাঁও স্কুল খেল পথাৰত অনুষ্ঠিত এই বাণিজ্যৰ মেলা উদ্ধোধন কৰে মৰিগাঁও পৌৰসভাৰ পৌৰপতি যুগেশ তামুলীয়ে। এই উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে মৰিগাঁও