বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী; অসমৰ বহুকেইখন জিলাত হ’ব মুষলধাৰ বৰষুণ

1 min read

বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী

অসমৰ বহুকেইখন জিলাত হ’ব মুষলধাৰ বৰষুণ।

উত্তৰ অসম, মধ্য অসম, নামনি অসম, উজনি অসমত বতৰে ল’ব পাৰে কালৰূপ।

You May Also Like

More From Author