Month: June 2023

শৈশৱৰে পৰা সন্তানক ভুল-শুদ্ধৰ শিক্ষা দিব লাগিব, কেনেকৈ আগবাঢ়িব

শৈশৱৰে পৰা সন্তানক ভুল-শুদ্ধৰ শিক্ষা দিব লাগিব, কেনেকৈ আগবাঢ়িব

সকলো মাক-দেউতাকেই সন্তানক ভাল মানুহ হিচাপে গঢ়ি তুলিব বিচাৰে। সেয়ে শৈশৱৰে পৰা সন্তানক শুদ্ধ আৰু ভুলৰ শিক্ষা দিয়া খুবেই গুৰুত্বপূর্ণ। কিন্তু শৈশৱৰ ধর্মই হ’ল ভুল কৰা। সেয়ে শৈশৱৰ ভুল-ভ্রান্তি নিয়ন্ত্রণ কৰা কেতিয়াবা মাক-দেউতাকৰ পক্ষেও খুবেই কঠিন হৈ যায়। কিছুমান ভুল খুবেই ক্ষতিকাৰক, তাৰ পাছতো বেছি কঢ়া হ’লেই হিতে বিপৰীত হ’ব

বেছি ঘাম ওলালে কোনো ৰোগৰো লক্ষণ হ’ব পাৰে

বেছি ঘাম ওলালে কোনো ৰোগৰো লক্ষণ হ’ব পাৰে

গ্ৰীষ্ম কালছোৱাত সাধাৰণতে মানুহৰ শৰীৰৰ পৰা ঘাম বাহিৰ হয়৷ কেতিয়াবা জোখতকৈ বেছি ঘাম ওলালে কোনো ৰোগৰো লক্ষণ হ’ব পাৰে৷ সেইবাবে শৰীৰৰ পৰা অতিৰিক্ত ঘাম বাহিৰ হ’লে চিকিৎসকৰ কাষ চাপিব লাগে৷ ঘামে শৰীৰ ঠাণ্ডা কৰি ৰখাত যিদৰে সহায় কৰে সেইদৰে কেতিয়াবা স্বাস্থ্যৰ বাবে ই বিপদো মাতি আনিব পাৰে৷ অতিৰিক্ত ঘাম ওলোৱাৰ

ভাৰতত অনুষ্ঠিত হ’ব MISS WORLD 2023; চিনি ছেটঠীয়ে ভাৰতৰ হকে প্ৰতিনিধিত্ব আগবঢ়াব

ভাৰতত অনুষ্ঠিত হ’ব MISS WORLD 2023; চিনি ছেটঠীয়ে ভাৰতৰ হকে প্ৰতিনিধিত্ব আগবঢ়াব

⭕️ ২৭ বছৰৰ পিছত ভাৰতত অনুষ্ঠিত হ’ব ‘MISS WORLD 2023’। ⭕️ ২০২২ বৰ্ষৰ ‘MISS INDIA’ খিতাপ বিজয়ী চিনি ছেটঠীয়ে ভাৰতৰ হকে প্ৰতিনিধিত্ব আগবঢ়াব। ⭕️ ‘MISS WORLD 2023’ ত ১৩০ খন দেশে অংশগ্ৰহণ কৰিব।

ধেমাজিত ধুমুহা-বৰষুণৰ তাণ্ডৱ!

ধেমাজিত ধুমুহা-বৰষুণৰ তাণ্ডৱ!

🔹ধেমাজিত ধুমুহা-বৰষুণৰ তাণ্ডৱ!🔹ধুমুহাত উভালি পৰিল প্ৰকাণ্ড প্ৰকাণ্ড বহু গছ🔹ধেমাজি নগৰৰ মাজ-মজিয়াৰ আৰক্ষী অধীক্ষকৰ বাসভৱনৰ সন্মুখত প্ৰকাণ্ড গছ উঘালি পৰি মৃত্যু ঘটে এজনৰ

অভি-নীল হত্যাকাণ্ডৰ পাঁচ বছৰ সম্পূৰ্ণ,বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া হোৱাত ক্ষোভ

অভি-নীল হত্যাকাণ্ডৰ পাঁচ বছৰ সম্পূৰ্ণ,বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া হোৱাত ক্ষোভ

নিউজ ব্যুৰ’,নগাঁও,৯জুন:–২০১৮চনৰ ৮জুন । এই দিনটোতে কাৰ্বি আংলং জিলাৰ ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত পাণজুৰি গাঁৱত এদল উন্মুত্ত লোকে মৰিয়াই মৰিয়াই অতি নৃশংসভাৱে হত্যা কৰিছিল গুৱাহাটীৰ দুজন যুৱকক । অসংখ্য লোকৰ চকুৰ সন্মুখতে সংঘটিত হোৱা এই হত্যাকাণ্ডই যোৱা ৮জুন,বৃহস্পতিবাৰে পাঁচ বছৰ অতিক্ৰম কৰি ৯জুন, শুক্ৰবাৰে ষষ্ঠ বছৰত পদাৰ্পণ কৰিলে । এই