⭕️ ২৭ বছৰৰ পিছত ভাৰতত অনুষ্ঠিত হ’ব ‘MISS WORLD 2023’।

⭕️ ২০২২ বৰ্ষৰ ‘MISS INDIA’ খিতাপ বিজয়ী চিনি ছেটঠীয়ে ভাৰতৰ হকে প্ৰতিনিধিত্ব আগবঢ়াব।

⭕️ ‘MISS WORLD 2023’ ত ১৩০ খন দেশে অংশগ্ৰহণ কৰিব।