🔹ধেমাজিত ধুমুহা-বৰষুণৰ তাণ্ডৱ!
🔹ধুমুহাত উভালি পৰিল প্ৰকাণ্ড প্ৰকাণ্ড বহু গছ
🔹ধেমাজি নগৰৰ মাজ-মজিয়াৰ আৰক্ষী অধীক্ষকৰ বাসভৱনৰ সন্মুখত প্ৰকাণ্ড গছ উঘালি পৰি মৃত্যু ঘটে এজনৰ