কেন্দ্ৰীয় চৰকাৰৰ নতুন বিদ্যুৎ বিল নীতি। বিদ্যুৎ (উপভোক্তাৰ অধিকাৰ) বিল ২০২০ৰ সংশোধনী। দিনত কমিব, ৰাতি বাঢ়িব বিদ্যুৎ মাচুল। দিনত ২০% কমিব বিদ্যুৎ মাচুল। নিশা অতিৰিক্ত ২০% বাঢ়িব বিদ্যুৎ মাচুলৰ। সৌৰশক্তি বৃদ্ধিৰ লক্ষ্যৰে এই ব্যৱস্থা। দিনত বিদ্যুৎ যোগান দিয়া হ’ব সৌৰশক্তিৰ প্ৰকল্পৰ পৰা। সৌৰশক্তিৰ খৰচ ক’ম বাবে বিদ্যুৎ মাচুলো হ’ব কম।
Month: June 2023
ব্রহ্মপুত্রত সলিল সমাধি আভ্যন্তৰীণ জলপৰিবহণ বিভাগৰ এজন কৰ্মচাৰীৰ 🔴 উত্তৰ গুৱাহাটীৰ মাজগাঁও ফেৰীঘাটত অঘটন। 🔴 ব্রহ্মপুত্রত সলিল সমাধি আভ্যন্তৰীণ জলপৰিবহণ বিভাগৰ কৰ্মচাৰী ধনজিৎ ইংতিৰ। 🔴 এখন ফেৰীৰ পৰা আনখন ফেৰীলৈ জাঁপ মাৰোতেই ব্রহ্মপুত্রত পৰিল ধনজিৎ ইংতি।
সমগ্ৰ দেশতে বিলাহীৰ মূল্য বৃদ্ধি হোৱাত গ্ৰাহকৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। দেশৰ প্ৰায়বোৰ ঠাইতে প্ৰতি কিলোগ্ৰামত ৮০ৰ পৰা ১০০ টকা পৰ্যন্ত বৃদ্ধি পাইছে বিলাহীৰ মূল্য। আমি সচৰাচৰ ব্যৱহৃত এবিধ পাচলি হ’ল বিলাহী। পাকঘৰত বিলাসী নহ’লে আহাৰ ৰন্ধা যেন আধৰুৱা হয় ৰান্ধনীৰ। প্ৰায় প্ৰতিদিনেই পাকঘৰত বিলাহী প্ৰয়োগৰ বাবে বজাৰত ভাল চাহিদা
‘প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰো’ (পিআইবি)ৰ গুৱাহাটী কাৰ্যালয়ে আজি গুৱাহাটী মহনগৰীৰ এখন হোটেলত ‘৯ বছৰীয়া সেৱা, সুশাসন আৰু গৰীবকল্যাণ’ক বিষয়বস্তু হিচাপে লৈ ‘বাৰ্তালাপ’ শীৰ্ষক এক সংবাদ মাধ্যমৰ কৰ্মশালাৰ আয়োজন কৰে। এই কৰ্মশালাৰ উদ্দেশ্য আছিল ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ উন্নয়নমূলক কাৰ্যকলাপৰ বিষয়ে তথ্য প্ৰচাৰৰ প্ৰয়োজনীয়তাৰ প্ৰতি সংবাদ মাধ্যমৰ লোকসকলক সংবেদনশীল কৰা। ইয়াৰ বাবে বিশেষজ্ঞসকলৰ পৰা মূল্যৱান অন্তৰ্দৃষ্টি প্ৰদান কৰাৰ চেষ্টা কৰাৰ লগতে চৰকাৰ আৰু সংবাদ মাধ্যমৰ মাজত গঠনমূলক আলোচনাৰো সুবিধা প্ৰদান কৰা হয়। কৰ্মশালাখনক তিনিটা ‘পেনেল আলোচনা’ত বিভক্ত কৰা হৈছিল – ‘প্ৰপেলিং লাইফ: এনভাৰ্নমেণ্ট এণ্ড ছাষ্টেইনেবিলিটী’, ‘উত্তৰ-পূব: বিকাশৰ ইঞ্জিন’, ‘সকলোৰে বাবে সুলভ আৰু প্ৰৱেশসাধ্য স্বাস্থ্যসেৱা’। প্ৰথম অধিৱেশনত ভাষণ দি খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই পৰিৱেশ বচাবলৈ প্লাষ্টিক ব্যৱস্থাপনাত গুৰুত্ব আৰোপ কৰে। পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত কাৰ্যকৰী কাৰ্যকলাপৰ বাবে তেওঁ ‘জন ভাগীদাৰী’ৰ ভূমিকা সন্দৰ্ভতো আলোকপাত কৰে। তেওঁ কয় যে জনসাধাৰণৰ সামূহিক প্ৰচেষ্টাৰেহে পৰিৱেশ সুৰক্ষাৰ দৰে বৃহত্ কৰ্মযজ্ঞ এটা সফলকাম হ’ব। আন এগৰাকী বিশেষজ্ঞ বক্তা ‘প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড, অসম’ৰ অধ্যক্ষ, ড০ অৰূপ কুমাৰ মিশ্ৰই কয়, “আমাৰ প্ৰদূষণৰ সমস্যাক দেশৰ আন প্ৰান্তৰ সৈতে তুলনা কৰিব নোৱাৰি। দেশৰ আন প্ৰান্তৰ তুলনাত প্ৰদূষণৰ প্ৰসংগত অসম এতিয়াও উন্নত অৱস্থাতে আছে, অৱশ্যে, প্ৰদূষণ নিয়ন্ত্ৰণ সন্দৰ্ভত জনসাধাৰণে এতিয়াও তেওঁলোকৰ ভূমিকা উপলব্ধি কৰিব পৰা নাই”বুলি অভিমত ব্যক্ত কৰে।তেওঁ এইটোও আঙুলিয়াই দিয়ে যে বনাঞ্চল-ধ্বংসৰ পৰিণতিত হোৱা ভূমি ক্ষয়ে নদীসমূহৰ বক্ষ বাম কৰি বানৰ দৰে দুৰ্যোগৰ
আজি শাওণ মাহৰ অন্তিম সোমবাৰ। এই অন্তিম সোমবাৰৰ দিনটোত ভগৱান শিৱৰ বাহন নন্দী মহাৰাজৰ কাণত মনে মনে কওক এই এষাৰি কথা, তেতিয়া যি আশা কৰে সেয়া শীঘ্রে পুৰণ হব। ( Religious Studies ) এই শাওণ মাহত ভগৱান শিৱৰ পূজা পাঠ কৰাৰ বিশেষ মহত্ব আছে। এই শাওণ মাহত ভক্তসকলে মহাদেৱৰ, ব্ৰট,