এতিয়াৰ পৰা আৰক্ষীয়ে অপৰাধ কৰিলেই হেৰুৱাব চাকৰি

1 min read

🟥আৰক্ষী লোকে ধন লোৱা,ঘোচ লোৱাৰ প্ৰমাণ পালে যাব চাকৰি

🟥যৌন অতিশয্যত অভিযুক্ত হ’লে চাকৰি যাব আৰক্ষীৰ

🟥ঘোচ ললেই চাকৰি যাব আৰক্ষীৰ

🟥কৰ্ত্যবৰত অৱস্হাত সুৰামত্ত হ’লে দিয়া হ’ব অব্যাহতি

🟥ৰাজপথৰ পৰা ধন সংগ্ৰহ কৰিলে চাকৰি যাব আৰক্ষীৰ

🟥আয়তকৈ অধিক সম্পত্তি হ’লেও আৰক্ষী হ’ব গ্ৰেপ্তাৰ

🟥কণিষ্ঠ বিষয়াই তদন্তত গাফিলতি কৰিলে পৰ্যবেক্ষক বিষয়াক কৰা হ’ব দায়ী

🟥থানাৰ প্ৰতিজন আৰক্ষীক দিয়া হ’ব এদিনৰ ছুটী

🟥ৰাজপথৰ বলপূৰ্বক ধন সংগ্ৰহ কৰিলে যাব চাকৰি আৰক্ষীৰ

You May Also Like

More From Author