সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে প্ৰতিবাদ কৰি নিলম্বিত হ’ল মহাবিদ্যালয়ৰ অধ্যক্ষ

0 min read

📌 ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মুকুন্দ শৰ্মাক নিলম্বন।

📌 ভৱানীপুৰ সমষ্টিৰ নাম বিলুপ্ত কৰাৰ বিৰুদ্ধে কৰিছিল প্ৰতিবাদ।

📌 শিক্ষা বিভাগে এক জাননীযোগে নিলম্বন কৰে অধ্যক্ষ তথা বক্তা ড০ মুকুন্দ শৰ্মাক।

You May Also Like

More From Author