বাইহাটা চাৰিআলিত আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান৷ অভিযানত আলিপূব গাঁৱৰ ধন শইকীয়া ওৰফে গুটিধনক আটক আৰক্ষীৰ৷ গুটিধনৰ পৰা ২৬ টা কণ্টেইনাৰসহ ৩৫ গ্ৰাম ড্ৰাগছ, নগদ ২২,৪৫০ টকা জব্দ৷ পূৰ্বেও বহুবাৰ ড্ৰাগছৰ বেহাত জড়িতৰ অভিযোগত ৰঙাঘৰৰ আলহী হৈছিল ধন শইকীয়া৷
আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান; গুটিধনক আটক
Posted on by GTM Desk
0 min read
You May Also Like
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
February 4, 2025
মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..
February 4, 2025
More From Author