স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে বিশ্বনাথৰ পানীভৰাঁলত অসমীয়া যুৱকে

0 min read

এতিয়া বৰকৈ চৰ্চা হৈ আছে মিঞাই খেতি কৰে কষ্ট কৰি কাম কৰে ৷এই চৰ্চাৰ সময়তে দেখা গৈছে বিশ্বনাথৰ পানীভৰাঁল গাৱঁৰ নিৱনুৱা যুৱকে প্ৰায় ১০/১২ বিঘা মাটিত কৰি আছে শাক পাছলি৷ জিকা ,লেচেৰা মাহ, তিতা কেৰেলা ,কোমোৰা আদিৰ শাকপাচলি ৷এই নিবনুৱা ৪ যুৱক মানস ভূঞা,গৌতম দাস বড়ো ,হেমন্ত বৰুৱা ,দিলীপ শইকীয়া ,অনন্ত কোচঁ নামৰ যুৱক কেইজনে বহু কষ্ট কৰি নিজে খেতি পথাৰ নিৰাই শাক পাছলিৰ খেতি কৰে কিন্তু এই প্ৰকৃত কৃষকৰ পৰা পানীৰ দৰত বেপাৰীয়ে লৈ যায় শাকপাছলি ৷জিকাৰ প্ৰতি কেজিত ১০০/৮০ টকা বজাৰৰ মূল্য কিন্ত কৃষকৰ পৰা ২৫/৩০ টকাত কিনি আনে বেপাৰীয়ে ৷এই নিৱনুৱা যুৱক কেইজনে শাক পাছলিৰ লগতে কৰিব বিচাৰিছে ফলমূলৰ খেতি সেয়ে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ফলমূলৰ খেতি কৰাত সহায়ৰ হাত আগবঢ়ালৈ অনুৰোধ জনাইছে অসমীয়া খিলঞ্জীয়া যুৱক কেইজনে৷

বিশ্বনাথৰ পৰা কৰণ শইকীয়া ৰিপৰ্ট

You May Also Like

More From Author