- কলিয়াবৰৰ কাঞ্চনজুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা।
- তিনিখন যাত্রীবাহী বাছৰ মাজত সংঘৰ্ষ।
- সোমবাৰে সংঘটিত হয় এই পথ দুৰ্ঘটনা।
- গুৰুতৰভাৱে আহত ১০ জনৰো অধিক যাত্রী।
- বাছকেইখনৰ নম্বৰ AS 05 C6927, AS 03 BC 9337 আৰু AS 01 LC 4600
- আহতসকলক কলিয়াবৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি।
- ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
কলিয়াবৰত ৩ খন বাছৰ মাজত সংঘৰ্ষ
Posted on by GTM Desk
1 min read
You May Also Like
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
February 4, 2025
মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..
February 4, 2025
More From Author