কলিয়াবৰত ৩ খন বাছৰ মাজত সংঘৰ্ষ

1 min read
  • কলিয়াবৰৰ কাঞ্চনজুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • তিনিখন যাত্রীবাহী বাছৰ মাজত সংঘৰ্ষ।
  • সোমবাৰে সংঘটিত হয় এই পথ দুৰ্ঘটনা।
  • গুৰুতৰ‍ভাৱে আহত ১০ জনৰো অধিক যাত্রী।
  • বাছকেইখনৰ নম্বৰ AS 05 C6927, AS 03 BC 9337 আৰু AS 01 LC 4600
  • আহতসকলক কলিয়াবৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি।
  • ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

You May Also Like

More From Author