কলিয়াবৰ চাহ বাগিছাৰ ১৬নং লাইনত উদ্ধাৰ এডাল প্ৰকাণ্ড অজগৰ সাপ; সৰ্প বন্ধু সণ্জীব ডেকাই উদ্ধাৰ কৰে সাপদাল। সাপডালে ছাগলী ভক্ষন কৰি থকা অবস্হাত ৰাইজে প্ৰত্যক্ষ কৰে সাপদাল পিছত সৰ্প বন্ধু সণ্জীব ডেকাক খবৰ দিয়াত উপস্হিত হৈ সাপডাল উদ্বাৰ কৰি শিলঘাট কাম্যাখা বনাঞ্চলত মুকলি কৰি দিয়ে সাপডালৰ দীঘল প্ৰায় ১১ ফুট
Month: July 2023
নিউজ ব্যুৰ’,নগাঁও,২৮জুলাই:–নগাঁও জিলাৰ চামগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত সুতাৰ বকুলতলৰ নিবাসী তথা সৰবৰহী-ধৰ্মপৰায়ণ মহিলা হেমপ্ৰভা দেৱীৰ কালি বিয়লি প্ৰায় ৪বজাত নিজা বাসভৱনত পৰলোকপ্ৰাপ্তি হয় । মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৯২বছৰ । উল্লেখ্য যে ১৯৩১চনৰ ৮ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা হেমপ্ৰভা দেৱী ঐতিহাসিক অসম আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী আছিল ।তেওঁ পুৰণিগুদামৰ পানীগাঁও শিৱ
প্ৰেমে নামানে কোনো বাধা। আৰু সকলো বাধা নেওচি শিক্ষক স্বামীক এৰি মিস্ত্ৰীৰ সৈতে পলাই গ’ল দুই সন্তানৰ মাতৃ। এই ঘটনা সংঘটিত হৈছে ডবকাৰ উদমাৰীত। এজন প্ৰধান শিক্ষকৰ সুন্দৰী পত্নীয়ে এজন দমকল মিস্ত্ৰীৰ সৈতে পলাই যোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। মহিলাগৰাকী নিখোঁজ হোৱাত পৰিয়ালৰ ফালৰ পৰা অপহৰণ হোৱা বুলি এজাহাৰ দাখিল
বৃন্দাৱনী বস্ত্ৰৰ আৰ্হিৰে সজোৱা হৈছে বিধানসভাৰ ভিতৰচ’ৰা ৷ ভৱিষ্যতে অসমৰ সকলো লোকসংস্কৃতিক বিধানসভাত তুলি ধৰাৰ চিন্তা চৰ্চা ৷ ঐতিহ্য আৰু অত্যাধুনিক প্ৰযুক্তিৰ সমাহাৰ ঘটিব বিধানসভাৰ নতুন প্ৰকল্পত ৷ শুকুৰবাৰে বাথৌ পূজা কৰি দেওবাৰে নতুন ভৱন মুকলি কৰিবলৈ সাজু এতিয়া বিধানসভা কৰ্তৃপক্ষ ৷ শ্বিলঙৰ পৰা দিছপুৰলৈ ৰাজধানী স্থানান্তৰিত হোৱাৰ সময়তে জনতা
ভাৰতীয় বায়ুসেনাৰ আটাইতকৈ বয়সীয়াল তথা জীৱিত যুঁজাৰু পাইলটগৰাকীয়ে বৃহস্পতিবাৰে সম্পূৰ্ণ কৰিলে ১০৩ বছৰ স্কোয়াড্ৰন লিডাৰ দিলীপ সিং মজিতিয়াই (অৱসৰপ্ৰাপ্ত) ৭ বছৰীয়া কেৰিয়াৰত ১৩ প্ৰকাৰৰ বিমানত ১১০০ ঘন্টা উৰা মাৰিছিল আৰু দ্বিতীয় বিশ্বযুদ্ধত বাৰ্মাৰ ওপৰত অপাৰেচন কৰিছিল। উল্লেখ্য যে, ১৯২০ চনৰ ২৭ জুলাইত চিমলাৰ স্কিপলিন ভিলাত জন্মগ্ৰহণ কৰিছিল দিলীপ সিঙে৷ ১৯৪০